সোণাৰি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) অNo edit summary |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
7 নং শাৰী:
district = [[চৰাইদেউ জিলা]] |
leader_title = পৌৰপতি|
leader_name =
altitude = 97|
population_as_of = 2001 |
population_total = 17430|
area_magnitude= sq. km |
area_total =
area_telephone = ০৩৭৭২ |
postal_code = |৭৮৫৬৯০
21 নং শাৰী:
footnotes = |
}}
'''সোণাৰি''' ({{Lang-en|Sonari
==ভৌগোলিক বিৱৰণ==
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু
==নামৰ উৎপত্তি==
30 নং শাৰী:
==জন-গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন।
অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী,
==যাতায়ত==
সোণাৰিৰ সৈতে [[নামৰূপ]], [[নাহৰকটীয়া]], [[তিনিচুকীয়া]], [[শিৱসাগৰ]], [[যোৰহাট]], [[মৰাণ (নগৰ)|মৰাণ]], [[ডিব্ৰুগড়]] আদি নগৰৰ সৈতে পোনপটীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা
==অনুষ্ঠান-প্ৰতিষ্ঠান==
* [[সোণাৰি মহাবিদ্যালয়]]
* [[সোণাৰি বাণিজ্য মহাবিদ্যালয়]]
* ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
* পদ্মকুমাৰী বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
* টাউন হাইস্কুল
* সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়
* হাজী অচিমুদ্দিন মেমোৰিয়েল স্কুল
* সোণাৰি জাতীয় বিদ্যালয়
* শংকৰদেৱ শিশু নিকেতন
* পথিকৃত
* প্ৰচেষ্টা (আৰ্থসামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমূলক মঞ্চ )
==উল্লেখযোগ্য ব্যক্তিত্ব==
* গীতিকবি
* কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
* জ্ঞানপীঠ বঁটা বিজয়ী
==তথ্য সংগ্ৰহ==
{{Reflist}}
[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]]
[[শ্ৰেণী:শিৱসাগৰ জিলা]]
|