জ্ঞানপীঠ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
6 নং শাৰী:
| instituted = ১৯৬১
| firstawarded = ১৯৬৫
| lastawarded = ২০১৮২০১৯
| total = ৫৯৬০
| awardedby = ভাৰতীয় জ্ঞানপীঠ
| cashaward =
19 নং শাৰী:
| precededby =
| followedby =
| website = {{url|http://jnanpith.net/index.html}}
}}
'''জ্ঞানপীঠ বঁটা''' ({{lang-en|Jnanpith Award}}) [[ভাৰত]]ৰ সৰ্বোচ্চ সাহিত্য-সন্মান। [[দ্য টাইমচ অৱ ইণ্ডিয়া]] বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা [[ভাৰতীয় জ্ঞানপীঠ]] বঁটা প্ৰদান কৰা হয়।
 
==বঁটা==
[[সংস্কৃত]] ভাষাত ''জ্ঞানপীঠ'' শব্দৰ অৰ্থ হ'ল ''জ্ঞানৰ বেদী''। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি। ১৯৬১ চনত এই বঁটা আৰম্ভ কৰা হয়। ইংৰাজীকে ধৰি [[ভাৰতৰ সংবিধান]]ৰ অষ্টম অনুসূচীত থকা আধুনিক ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হয়। ১৯৬৫ চনত মালায়লম লেখক [[জি শংকৰ কুৰুপ]]-ক প্ৰথম এই বঁটা প্ৰদান কৰা হয়।
 
১৯৮২ চনৰ আগতে এখন নিৰ্দিষ্ট গ্ৰন্থৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও তাৰ পিছৰ পৰা লেখকজনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰিহে এই বঁটা প্ৰদানৰ নিয়ম কৰা হয়।
 
==জ্ঞানপীঠ বঁটা প্ৰাপ্তসকল==
{| class="wikitable sortable" cellspacing="2" cellpadding="4" border="0" width="70%"
! বৰ্ষ
! width="50"| বছৰ
! বিজয়ী
! নাম
! সাহিত্যকৰ্ম
! সাহিত্য কৰ্ম
! ভাষা
|-
|১৯৬৫|| [[জি শঙ্কৰ কুৰুপ]] || ''ওডাক্কুঝল'' (''বাঁশি'') ||[[মালয়ালম ভাষা|মালয়ালম]]
|-
|১৯৬৬ ||[[তাৰাশঙ্কৰ বন্দ্যোপাধ্যায়]] || ''গণদেবতা'' || [[বঙালী ভাষা|বঙালী]]
|-
|১৯৬৭ || [[উমাশঙ্কৰ যোশী]] || ''নিশীথা'' || [[গুজৰাটী ভাষা|গুজৰাটী]]
|-
|১৯৬৮ || [[সুমিত্ৰানন্দন পন্ত]] || ''চিদম্বৰা'' || [[হিন্দী ভাষা|হিন্দী]]
|-
|১৯৬৯ || [[ফিৰাক গোৰখপুৰী]] || ''গুল-এ-নগমা'' || [[উৰ্দু ভাষা|উৰ্দু]]
|-
|১৯৭০ || [[বিশ্বনাথ সত্যনাৰায়ণ]] || ''ৰামায়ণ কল্পবৃক্ষশমু'' (''এক সমৃদ্ধ বৃক্ষ: ৰামায়ণ'')|| [[তেলেগুতেলুগু ভাষা|তেলুগু]]
|-
|১৯৭১ || [[বিষ্ণু দে]] || ''স্মৃতি সত্তা ভৱিষ্যৎ'' || বঙালী
|-
|১৯৭২ || [[ৰামধাৰী সিং 'দিনকৰ']] || ''ঊৰ্বশী'' || হিন্দী
|-
|১৯৭৩ || [[দত্তাত্ৰেয় ৰামচন্দ্ৰ বেন্দ্ৰে]] || ''নাকুতান্তি'' (''চাৰ তাৰ'')|| [[কানাড়াকন্নড় ভাষা|কন্নড়]]
|-
|১৯৭৩ || [[গোপীনাথ মোহান্তি]] || ''পৰজা'' || [[ওড়িয়া ভাষা|ওড়িয়া]]
|-
|১৯৭৪ || [[বিষ্ণু সখাৰাম খান্দেকৰ]] || ''যযাতি'' || [[মাৰাঠী ভাষা|মাৰাঠী]]
|-
|১৯৭৫ || [[আকিলান]] || ''চিত্ৰাপ্পাবাই'' || [[তামিল ভাষা|তামিল]]
|-
|১৯৭৬ || [[আশাপূৰ্ণা দেবী]] || ''প্ৰথম প্ৰতিশ্ৰুতি'' || বঙালী
|-
|১৯৭৭ || [[কে শিবৰাম কৰন্থ]] || ''মুকাজ্জিয়া কানাসুগালু'' (''মুকাজ্জিৰ স্বপ্ন'') || কানাড়াকন্নড়
|-
|১৯৭৮ || [[সচ্চিদানন্দ হীৰানন্দ বাৎস্যায়ন 'অজ্ঞেয়']] || ''কিতনি নাও মেঁ কিতনি বাৰ'' (কিমান নাওত কিমান বাৰ) || হিন্দী
|-
|১৯৭৯ || [[বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য]] || ''মৃত্যুঞ্জয়'' || [[অসমীয়া ভাষা|অসমীয়া]]
|-
|১৯৮০ || [[এচ কে পোট্টেক্কাট]] || ''ওৰু দেসাত্তিন্তে কথা'' (এখন দেশৰ কথা) || মালয়ালাম
|-
|১৯৮১ || [[অমৃতা প্ৰীতম]] || ''কাগজ কে ক্যানভাস'' || [[পাঞ্জাবীপঞ্জাবী ভাষা|পঞ্জাবী]]
|-
|১৯৮২ || [[মহাদেৱী বৰ্মা]] || ''যম'' || হিন্দী
|-
|১৯৮৩ || [[মাস্তি ভেঙ্কটেশ আয়েঙ্গাৰ]] || ''চিক্কাবীৰা ৰাজেন্দ্ৰ'' || কানাড়াকন্নড়
|-
|১৯৮৪ || [[থাকাজি শিবশঙ্কৰ পিল্লাই]] ||''কয়াৰ'' || মালয়ালাম
|-
|১৯৮৫ || [[পান্নালাল পাটেল]]|| ''মানবী নি ভবাই'' || গুজৰাটী
|-
|১৯৮৬ || [[সচ্চিদানন্দ ৰাউত ৰায়]] || || ওড়িয়া
|-
|১৯৮৭ || [[বিষ্ণু বামন শিৰওয়াদকৰ]] ([[কুসুমাগ্ৰজ]]) || || মাৰাঠী
|-
|১৯৮৮ || ড॰[[চি নাৰায়ণ ৰেড্ডী]] ||''বিশ্বম্ভৰ'' || তেলেগুতেলুগু
|-
|১৯৮৯ || [[কাৰ্টুল এন হাইদৰ]]|| ''আখিৰে সবকে হামসফৰ''|| উৰ্দু
|-
|১৯৯০ || [[ভি কে গোকাক]] || ''ভাৰত সিন্ধু ৰশ্মি'' || কানাড়াকন্নড়
|-
|১৯৯১ || [[সুভাষ মুখোপাধ্যায় (কবি)|সুভাষ মুখোপাধ্যায়]] || || বঙালী
|-
|১৯৯২ || [[নৰেশ মেহতা]]|| || হিন্দী
|-
|১৯৯৩ || [[সীতাকান্ত মহাপাত্ৰ]] || || ওড়িয়া
|-
|১৯৯৪ || [[ইউ আৰ আনন্দমূৰ্তি]] ||''সংস্কাৰ'' || কানাড়াকন্নড়
|-
|১৯৯৫ || [[এম টি বাসুদেবন নায়াৰ]] ||''ৰাণ্ডামুজাম'' (দ্বিতীয় সুযোগ)|| মালয়ালম
|-
|১৯৯৬ || [[মহাশ্বেতা দেৱী]] || || বঙালী
|-
|১৯৯৭ || [[আলি সৰদাৰ জাফৰি]] || || উৰ্দু
|-
|১৯৯৮|| [[গিৰিশ কাৰানাড]] || || কানাড়াকন্নড়
|-
|১৯৯৯|| [[নিৰ্মল বৰ্মা]] || || হিন্দী
|-
|১৯৯৯ || [[গুৰদয়াল সিং]] || || পাঞ্জাবীপঞ্জাবী
|-
|২০০০ || [[মামণি ৰয়ছম গোস্বামী]] || || অসমীয়া
|-
|২০০১ || [[ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ]] || || গুজৰাটী
|-
|২০০২ || [[ডি জয়কান্থন]] || || তামিল
|-
|২০০৩ || [[বিন্দা কৰন্দিকৰ]] ||''অষ্টদৰ্শন'' (কবিতা) || মাৰাঠি
|-
|২০০৪ || [[ৰহমান ৰাহি]] ||''সভুক সোডা, কালামি ৰাহি'' ও''সিয়া ৰোদে জাৰেন মাঞ্জ'' || [[কাশ্মীৰি ভাষা|কাশ্মীৰি]]
|-
|২০০৫ || [[কুঁয়াৰ নাৰায়ণ]] || || হিন্দী
|-
|২০০৬ || [[ৰবীন্দ্ৰ কেলেকৰ]] || ||[[কোঙ্কণিকোংকণী ভাষা|কোংকণী]]
|-
|২০০৬ || [[সত্যব্ৰত শাস্ত্ৰী]] || ||[[সংস্কৃত]]
|-
|২০০৭ || [[ও এন ভি কুৰুপ]] || ''মালায়ালাম সাহিত্যলৈ কৰা অবদানৰ বাবে'' || মালয়ালম
|-
|২০০৮ || [[আখলাক মহম্মদ খান 'শাহৰিয়াৰ']] || || উৰ্দু
|-
|২০০৯ || [[অমৰ কান্ত]]<ref name="award 2009-10">{{cite web | url=http://www.thehindu.com/arts/books/article2470528.ece?homepage=true | title=Amar Kant, Shrilal Shukla, Kambar win Jnanpith Award | publisher=The Hindu | work=PTI | accessdate=December 05, 2011}}</ref> || || হিন্দী
|-
|২০০৯ || [[শ্ৰী লাল শুক্লা]]<ref name="award 2009-10"/> || || হিন্দী
|-
|২০১০ || [[চন্দ্ৰশেখৰা কম্বাৰা]]<ref name="award 2009-10"/> || ''কানাড়াকন্নড় সাহিত্যলৈ কৰা অবদানৰ বাবে'' || কানাড়াকন্নড়
|-
|২০১১ || [[প্ৰতিভা ৰায়]] || || উড়িয়া
|-
|২০১২ || [[ৰাভুৰি ভৰদ্বাজ]] || || তেলেগুতেলুগু
|-
|২০১৩ || [[কেদাৰনাথ সিং]] || || হিন্দী
|-
|২০১৪ || [[বালচন্দ্ৰ নেমাড]] || || মাৰাঠী
|-
|২০১৫ || [[ৰঘুবীৰ চৌধৰী]] || || গুজৰাটী
|-
|২০১৬ || [[শংখ ঘোষ]] || || বঙালী
|-
|২০১৭ || [[কৃষ্ণা চবটী]] || || হিন্দী
|-
|২০১৮ || [[অমিতাভ ঘোষ]] || || [[ইংৰাজী ভাষা|ইংৰাজী]]
|-
|২০১৯ || [[আক্কিথাম অচ্চুথান নাম্বুদিৰি]]<ref>{{cite news |title=বহুমুখী প্ৰতিভাৰ মালায়ালম কবি আক্কিথাম অচ্চুথান নাম্বুদিৰিলৈ ২০১৯ৰ জ্ঞানপীঠ বঁটা |url=https://pragnews.com/as/%E0%A7%B0%E0%A6%BE%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A7%9F/%E0%A6%AC%E0%A6%B9%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%96%E0%A7%80-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A4%E0%A6%BF%E0%A6%AD%E0%A6%BE%E0%A7%B0-%E0%A6%AE%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A7%9F%E0%A6%BE%E0%A6%B2/ |location=নতুন দিল্লী |publisher=প্ৰাগ নিউজ |date=৩০ নৱেম্বৰ ২০১৯}}</ref> || || [[মালয়ালম ভাষা|মালয়ালম]]
|}
 
158 নং শাৰী:
 
==বাহ্যিক সংযোগ==
{{commons category|Jnanpith Award|জ্ঞানপীঠ বঁটা }}
* [http://jnanpith.net/page/jnanpith-laureates Jnanpith Laureates Official listings] Jnanpith Website
* [http://jnanpith.net/index.html Official Jnanpith Website]