অমলেন্দু গুহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
23 নং শাৰী:
 
==সাহিত্যিক কৰ্মৰাজি==
ড॰ গুহৰ ইতিহাস গৱেষণাৰ বিশাল ক্ষেত্ৰখন আছিল অসম। মাৰ্স্কীয় বিশ্ববীক্ষাৰ পোহৰত মধ্যযুগৰ পৰা বৃটিছব্ৰিটিছ যুগলৈ ইতিহাস চৰ্চাৰে তেখেতে এক বিশেষ ধাৰাৰ সৃষ্টি কৰিছিল। তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল [[বিষ্ণুপ্ৰসাদ ৰাভা]]ই।<ref name="pratidin" /><ref name="anandabazar" /><ref name="assamkart" />
*Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
*Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ