ইজিপ্ত: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
70 নং শাৰী:
 
==ভূগোল আৰু জলবায়ু==
ইজিপ্তৰ অধিকাংশ অঞ্চলেই মৰুভূমি কিন্তু [[নীল নদী]] বৈ যোৱাৰ ফলত উপত্যকা অঞ্চলটো যথেষ্ট উৰ্বৰা। সেই বাবে নীল নদীক ইজিপ্তবাসীৰ প্ৰাণ প্ৰৱাহস্বৰূপে জনা যায়। এই উপত্যকা অঞ্চল প্ৰায় ১৬ কিঃমিঃ বহল। ইজিপ্তৰ এই উপত্যকা আৰু [[ব-দ্বীপ]] অঞ্চলটোৰ আয়তন ৩১,০০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ উৰ্বৰা অঞ্চলটো দুভাগত বিভক্ত- ১) নীল উপত্যকা আৰু ২) নীল ব-দ্বীপ। ইজিপ্তত পৃথিৱী বিখ্যাত [[ছুৱেজ খাল]]টো অৱস্থিত। এই খালৰ দ্বাৰা [[ভূমধ্য সাগৰ]] আৰু [[লোহিত সাগৰ]]ক সংযোগ কৰা হৈছে। ১৯৫৬ চনৰ পূৰ্বে বৃটিছব্ৰিটিছ আৰু ফৰাচী কোম্পানীসমূহৰ হাতত আছিল। ১৯৫৬ চনত ইজিপ্ত চৰকাৰে ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰে।<ref name="ভূ-দৰ্শন">{{Cite book|last=ভূ-দৰ্শন |first= |authorlink= |coauthors=দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা|title= ইজিপ্ত |year= ২০০২|publisher=কামাখ্যা বুক ষ্টল |location= গুৱাহাটী|isbn= }}</ref>
 
==কৃষি==
"https://as.wikipedia.org/wiki/ইজিপ্ত"ৰ পৰা অনা হৈছে