বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

তেওঁ
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
27 নং শাৰী:
১৮৪৯ চনত তেওঁ [[হুগলি কলেজ|হুগলি কলেজত]] (তেতিয়াৰ হুগলি মহচিন কলেজ) নামভৰ্তি কৰায়। ইয়াত তেওঁ সাত বছৰ অধ্যয়ণ কৰে। হুগলি কলেজত অধ্যয়ণৰত সময়ত ১৮৫৩ চনত জুনিয়ৰ স্কলাৰচিপত প্ৰথম স্থান লাভ কৰি প্ৰতি মাহে আঠ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত সংবাদ প্ৰভাকৰ কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিশ টকা নগদ ধন পুৰস্কাৰ লাভ কৰে। হুগলি কলেজত অধ্যয়নৰত সময়ৰ পৰা তেওঁ কবিবৰ ঈশ্বৰচন্দ্ৰ গুপ্তৰ সংবাদ প্ৰভাকৰ আৰু সংবাদ সাধুবঞ্জনত গদ্য-পদ্য ৰচণা কৰিছিল। পৰবৰ্তী সময়ত তেওঁৰ বহু ৰচনা এই কাকতত প্ৰকাশিত হৈছিল। ১৮৫৬ চনত হুগলি কলেজত চিনিয়ৰ বৃত্তি পৰীক্ষাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰি দুবছৰৰ বাবে প্ৰতিমাহে ২০ টকা বৃত্তি লাভ কৰিছিল। এই সময়ছোৱাত হুগলি কলেজ বাদ দি আইন অধ্যয়ণৰ বাবে প্ৰেচিডেঞ্চি কলেজত নামভৰ্তি কৰায়। ১৮৫৭ চনত [[কলকাতা বিশ্ববিদ্যালয়]] প্ৰতিষ্ঠা কৰা হয়। বিশ্ববিদ্যালয় কতৃপক্ষ এন্ট্ৰাঞ্চ বা প্ৰবেশিকা পৰীক্ষাৰ প্ৰবৰ্তন কৰিছিল। প্ৰেচিডেঞ্চি কলেজৰ আইন বিভাগৰ পৰা পৰিক্ষা দি তেওঁ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল। ১৮৫৮ চনত প্ৰথমবাৰৰ বাবে বি.এ পৰীক্ষা লোৱা হয় মুঠ দহজনৰ ভিতৰত বঙ্কিমচন্দ্ৰ আৰু যদুনাথ বসু উত্তীৰ্ণ হৈছিল।
 
পিতাৰ ন্যায় তেওঁ ডেপুটি মেজিষ্ট্ৰেট আৰু ডেপুটি কালেকটৰ পদত চৰকাৰী চাকৰীত যোগদান কৰিছিল। অতি নিষ্ঠাৰ সহিত তেওঁ কৰ্তব্য পালন কৰিছিল। ১৮৯১ চনত ৰায় বাহাদুৰ আৰু ১৮৯৪ চনত কম্পেনিয়ন অফ দ্য মোষ্ট এমিনেন্ট অৰ্ডাৰ অফ দ্য ইণ্ডিয়ান এম্পায়াৰ উপাধিত বৃটিছব্ৰিটিছ চৰকাৰ তেওঁক বিভূষিত কৰিছিল। কিন্তু তেওঁ চৰকাৰী কৰ্মচাৰীৰূপত নহয় প্ৰকৃতপক্ষত এজন বিশিষ্ট লেখক বাঙলা তথা [[ভাৰতৰ নবজাগৰণ|ভাৰতৰ নবজাগৰণৰ]] প্ৰমুখ ব্যক্তি ৰূপত বিখ্যাত।
 
==বিবাহ==