বাম্বোল পিটা উৎসৱ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
'''বাম্বোল পিটা উৎসৱ''' [[ভাদ]] মাহৰ পূৰ্ণিমা তিথিত [[নামনি অসম]]ৰ [[দৰং]] জিলাৰ বিভিন্ন অঞ্চলৰ লগতে [[বাক্সা]], [[তামুলপুৰ]] আদি এক বিস্তীৰ্ণ অঞ্চলত মহখেদা উৎসৱৰ শাৰীৰ এটা জনপ্ৰিয় উৎসৱ হ’ল বাম্বোল পিটা। [[মহোহো]]ৰ দৰে এই উৎসৱতো উক্ত অঞ্চলৰ ডেকাহঁতে হাতত টোকোন, টকা পেঁপা আৰু হুলাবৰি লৈ ঘৰে ঘৰে গৈ গীত গাই নৃত্য কৰে আৰু হাতত নিয়া টোকোন আৰু হুলাবাৰিৰে চোতালত খুন্দিয়াই গৃহস্থৰ পৰা পা-পইচা আদায় কৰে। এই উৎসৱ গোটেই শুক্লপক্ষ জুৰি চলে। অৱশেষত সংগৃহীত ধনেৰে প্ৰীতিভোজ খায়। এই উৎসৱৰ মাজেদি গাঁৱলীয়া চহা জীৱনৰ মুকলিমূৰীয়া ছবি এখন প্ৰকাশিত হয়। ভাদ মাহত ৰাইজৰ ধান খেতিৰ ৰোৱা শেষ হয়। ৰবি শস্যৰ কাম আৰম্ভ হ’বলৈও সময় থাকে। গতিকে খেতিয়কসকলে মুকলি মনেৰে কেইটামান দিন আনন্দ উৎসৱ কৰাৰ সুযোগ পায়।
বাম্বোল পিটা উৎসৱটোৰ নামকৰণক লৈ বিভিন্ন মত প্ৰচলিত হৈ থকা দেখা পোৱা যায়। কোনো কোনোৰ মতে এই শব্দটোৱে ১৮৬৪-১৮৬৬ চনত সংঘটিত
==তথ্য সংগ্ৰহ==
|