বুকাৰ বঁটা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
5 নং শাৰী:
| caption =
| description = [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাস
| Award = ৫০,০০০ বৃটিছব্ৰিটিছ পাউণ্ড
| presenter =
| country =
15 নং শাৰী:
'''বুকাৰ বঁটা''' ({{lang-en|Booker Prize}}), পূৰ্বৰ নাম '''কল্প-সাহিত্যৰ বুকাৰ বঁটা''' (১৯৬৯–২০০১) আৰু '''মেন বুকাৰ বঁটা''' (২০০২–২০১৯), হৈছে [[ইংৰাজী ভাষা]]ত লিখা আৰু [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডত প্ৰকাশিত শ্ৰেষ্ঠ উপন্যাসৰ বাবে প্ৰতি বছৰে প্ৰদান কৰা এক সাহিত্যিক বঁটা। ইয়াক ১৯৬৮ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ইয়াক ১৯৬৯ চনৰ পৰা প্ৰদান কৰা হয়। আৰম্ভণিতে কেৱল কমনৱেলথ ৰাষ্ট্ৰসমূহ, [[আয়াৰলেণ্ড]], আৰু [[দক্ষিণ আফ্ৰিকা]]ৰ (আৰু পিছলৈ [[জিম্বাৱৱে]]) নাগৰিকসকলে লিখা উপন্যাসসমূহে এই বঁটা লাভ কৰিবলৈ যোগ্য আছিল; পিছে ২০১৪ চনত ইয়াক যিকোনো ইংৰাজী ভাষাৰ উপন্যাসলৈ প্ৰসাৰিত কৰা হৈছিল— এই পৰিৱৰ্তনে বিতৰ্কৰ সূচনাও কৰে।<ref name=judges2014>{{cite web |title=Meet The Man Booker Prize 2014 Judges |url=http://themanbookerprize.com/news/2013/12/12/meet-man-booker-prize-2014-judges |publisher=The Booker Prizes|date=12 December 2013}}</ref><ref name="BBC_rulechange2">{{cite news |title='A surprise and a risk': Reaction to Booker Prize upheaval |url=https://www.bbc.co.uk/news/entertainment-arts-24126882 |work=BBC News |accessdate=19 September 2013 |date=18 September 2013}}</ref>
 
মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয়। এই বঁটাৰ বাবে উপন্যাসসমূহ [[যুক্তৰাজ্য]] বা আয়াৰলেণ্ডৰ প্ৰকাশকে প্ৰকাশ কৰা হ’ব লাগে আৰু লগতে আৰু কিছুমান চৰ্ত থাকে। এই বঁটাত প্ৰদান কৰা ধনৰ পৰিমাণ ৫০,০০০ বৃটিছব্ৰিটিছ পাউণ্ড। চূড়ান্ত তালিকালৈ নিৰ্বাচিত উপন্যাসৰ লেখকসকলক ২,৫০০ বৃটিছব্ৰিটিছ পাউণ্ডকৈ প্ৰদান কৰা হয়।<ref>বুকাৰ বঁটা, বিপুলজ্যোতি শইকীয়া, কথা গুৱাহাটী, সপ্তম সংখ্যা, অক্টোৱৰ-নৱেম্বৰ, ২০০৪</ref>
 
==বুকাৰ বিজয়ীসকল==