"ভাৰতীয় দৰ্শন"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

6 বাইট যোগ দিয়া হ’ল ,  8 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
==আধুনিক দৰ্শন==
ভাৰতত বৃটিছব্ৰিটিছ শাসনৰ কালচোৱাত (১৭৫০-১৯৪৭) 'আধুনিক ভাৰতীয় দৰ্শন'ৰ পাতনি তৰা হয়। এই যুগৰ দাৰ্শনিকসকলে প্ৰাচীন মতবাদৰ সমকালীন ব্যাখ্যা দিবলৈ আৰম্ভ কৰে। [[স্বামী বিবেকানন্দ]], [[ৰবীন্দ্ৰনাথ ঠাকুৰ]], [[ঋষি অৰবিন্দ]], মহাপণ্ডিত [[ৰাহুল সাংকৃত্যায়ন]], [[স্বামী সহজানন্দ সৰস্বতী]], [[আনন্দ কুমাৰাস্বামী]], [[ৰমন মহৰ্ষি]] আৰু [[সৰ্বপল্লী ৰাধাকৃষ্ণন]]-এ এই আধুনিক ভাৰতীয় দৰ্শনৰ গুৰি ধৰে। ভগৱান শ্ৰী ৰাজনীশ ([[অ'ছো]]) আৰু [[জে. কৃষ্ণমূৰ্তি]]য়ে নিজা মতবাদৰ প্ৰচলন কৰে।
 
==ৰাজনৈতিক দৰ্শন==
3,780

টা সম্পাদনা