মণিৰাম দেৱান: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
17 নং শাৰী:
| known_for = [[Indian Rebellion of 1857|১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ]], [[অসমৰ চাহ উদ্যোগ|অসমৰ চাহ খেতিৰ উদ্ভাৱক]]
| notable_works = ''বুৰঞ্জী বিবেক ৰত্ন'' (১৮৩৮)
| criminal_charge = অসমৰ বৃটিছব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা<ref name="Arun1993">{{cite book | author=Arun Bhattacharjee | title=Assam in Indian Independence | url=http://books.google.com/books?id=hTgxJ9Izl4UC&pg=PA13 | accessdate=22 April 2012 | year=1993 | publisher=Mittal Publications | isbn=978-81-7099-476-3 | page=13}}</ref>
| criminal_penalty = ফাঁচী দি মৃত্যু
}}
23 নং শাৰী:
 
==কৰ্মজীৱন==
১৮২৮ চনত [[উজনি অসম]]ৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।<ref name="Hazarika1987">{{cite book | author=Bijay Bhushan Hazarika | title=Political life in Assam during the nineteenth century | year=1987 | publisher=Gian Pub. House | isbn=978-81-212-0069-1 | page = 351-360}}</ref> ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰব্ৰিটিছৰ কৰতলীয়া ৰজা [[পুৰন্দৰ সিংহ]]ৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি বৃটিছৰব্ৰিটিছৰ [[আচাম টি কোম্পানী]]ত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে।
 
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুতেক চাৰিংৰজা [[কামেশ্বৰ সিংহ]]ৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ [[কন্দৰ্পেশ্বৰ সিংহ]] চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেহৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ বৃটিছকব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ বৃটিছব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।<ref>{{cite news | url = http://www.assamtribune.com/scripts/details.asp?id=feb2609/edit3 | title = Martyrdom of Maniram Dewan | author = HK Goswami | publisher = The Assam Tribune | date = 2009-02-29 | accessdate = 2012-04-21 }}</ref> সেই সময়তে ভাৰতত চলি থকা [[ চিপাহী বিদ্ৰোহৰ ]] কথা জানিব পাৰি বৃটিছৰব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে [[কলিকতা]]ৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন বৃটিছৰব্ৰিটিছৰ আৰক্ষী বিষয়া [[ হৰনাথ দাৰোগা]]ৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে বৃটিছৰব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
 
==সাহিত্যিক কৰ্মৰাজী==