মাইকেল ফেৰাডে: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
2 নং শাৰী:
|name = মাইকেল ফেৰাডে
|image = M Faraday Th Phillips oil 1842.jpg
|caption = মাইকেল ফেৰাডে, ১৮৪২
|birth_date =ইং ২২ ছেপ্তেম্বৰ,১৭৯১ খ্ৰীষ্টাব্দ
|birth_place = নিৱিংটন বাটচ্‌, ইংলেণ্ড
|death_date = ইং ২৫ আগষ্ট,১৮৬৭ খ্ৰীষ্টাব্দ
|death_place = হেম্পণ্টন ক'ৰ্ট, মিডলচেক্স, ইংলেণ্ড
|residence = United Kingdom
|nationality = বৃটিছব্ৰিটিছ
|ethnicity =
|fields = [[পদাৰ্থ বিজ্ঞান]] আৰু [[ৰসায়ন বিজ্ঞান]]
|workplaces = [[Royal Institution]]
|alma_mater =
|academic_advisors =
|doctoral_students =
|notable_students =
|known_for = [[Faraday's law of induction]]
[[Electrochemistry]]
[[Faraday effect]]
[[Faraday cage]]
[[Faraday constant]]
[[Faraday cup]]
[[Faraday's laws of electrolysis]]
[[Faraday paradox]]
[[Faraday rotator]]
[[Faraday-efficiency effect]]
[[Faraday wave]]
[[Faraday Wheel|Faraday wheel]]
[[Lines of force]]
|author_abbrev_bot =
|author_abbrev_zoo =
|influences = [[Humphry Davy]]
[[William Thomas Brande]]
|influenced =
|awards = [[Royal Medal]] (1835 & 1846)
[[Copley Medal]] (1832 & 1838)
[[Rumford Medal]] (1846)
|religion = [[Sandemanian]]
|signature = Michael Faraday signature.svg
|footnotes =
'''মাইকেল ফেৰাডে''' ({{Lang-en|Michael Faraday}}) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত [[ইংলেণ্ড|বৃটিছব্ৰিটিছ]] বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।
যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমুখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই [[পদাৰ্থ বিজ্ঞান]]ৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।<ref name="EncBrit">[http://www.1911encyclopedia.org/Michael_Faraday Michael Faraday] entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007.</ref><ref name="IEEUK">[http://www.theiet.org/resources/library/archives/biographies/faraday.cfm "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.]</ref> তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।