মাটিৰ হিচাপ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
'''মাটিৰ হিচাপ''' হৈছে মাটিৰ জোখ-মাখ লোৱা আৰু সেই জোখ অনুসৰি দৰ নিৰ্ণয়ৰ এক প্ৰক্ৰিয়া। সোণৰ দাম উঠা নমা হৈ থাকাৰ বিপৰীতে মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে।
 
==পুৰণি বা বৃটিছব্ৰিটিছ পদ্ধতি==
 
চৰকাৰীভাৱে এইটো পদ্ধতি অচল। এই পদ্ধতিটো বৰ্তমানো সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়। এই নিয়মমতে-<ref>{{cite book | url=https://landrevenue.assam.gov.in/sites/default/files/MANUAL%20OF%20MENSURATION%20%26%20SURVEING%20FOR%20MANDAL%20%26%20PATWARIES%20IN%20ASSAM.pdf | title=MANUAL OF MENSURATION & SURVEING FOR MANDAL & PATWARIES IN ASSAM.pdf | publisher=Assam Administration | date=1900}}</ref>
 
১২ ফুট = ১ নল