যৌতুক: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বানান
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
36 নং শাৰী:
 
== যৌতুকৰ ইতিহাস ==
উপনিৱেশিক সময়চোৱাত ক্ৰমবৰ্ধমান যৌতুক নিৰুৎসাহিত কৰাৰ কোনো আইনগত ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু ব্যতিক্ৰম কেৱল এই যে, এই সময়ত সম্পত্তিত [[হিন্দু নাৰীৰ অধিকাৰ আইন]] ১৯৩৭ বলবৎ কৰা হৈছিল। সেই আইনত এজন হিন্দু বিধৱাক তাইৰ মৃত স্বামীৰ সম্পত্তি পুত্ৰ সন্তান যিমানখিনি পাব তাৰ সমপৰিমাণ অংশ পোৱাৰ অধিকাৰ দিয়া হৈছিল। কিন্তু সেই অধিকাৰও আছিল সীমিত। অবশ্য ভাৰতত বৃটিছব্ৰিটিছ উপনিৱেশিক শাসনৰ অৱসানৰ পিছত স্বাধীন দেশত [[হিন্দু উত্তৰাধিকাৰ আইন]] ১৯৫৭-ত সনাতন উত্তৰাধিকাৰ ব্যৱস্থা বাতিল কৰি দিয়া হয় আৰু তেতিয়া হিন্দু সমাজত মৃত ব্যক্তিৰ পুত্ৰ বা কইনা পিতা বা মাতাৰ সম্পত্তিৰ সমান অংশ পোৱাৰ অধিকাৰ আছিল। কিন্তু এনে বিধান থকা সত্ত্বেও ভাৰতৰ যৌতুক প্ৰথাৰ অভিশাপ তিৰোহিত হোৱা নাই। সেই কাৰণে ভাৰত চৰকাৰ বিবাহৰ পণ হিচাপে বিবাহৰ আগত বা পিছত অথবা বিবাহৰ সময় যৌতুক দাবি কৰা বা গ্ৰহণ কৰাজনক শাস্তিযোগ্য অপৰাধ ঘোষণা কৰি [[যৌতুক নিষিদ্ধকৰণ আইন]] ১৯৬১ বিধিবদ্ধ কৰিবলৈ বাধ্য হয়।
 
== যৌতুক প্ৰথাৰ অভিশাপ ==
"https://as.wikipedia.org/wiki/যৌতুক"ৰ পৰা অনা হৈছে