ৰঙিয়া ৰাইজমেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
Babulbaishya (আলোচনা | বৰঙণি) |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
5 নং শাৰী:
| caption = ৰাইজমেলৰ স্মৃতিত নিৰ্মাণ কৰা ৰাইজমেল কৃষক ছহিদ ভৱন আৰু স্তম্ভ
| date = ডিচেম্বৰ ১৮৯৩-জানুৱাৰী ১৯৯৪
| place = ৰঙিয়া, অসম [[:en:British Raj|
| causes = খাজনা বৃদ্ধি
| status =
25 নং শাৰী:
| notes =
}}
'''ৰঙিয়া ৰাইজমেল''' ({{Lang-en|Rangia Raijmel}}) ৰঙিয়া তহচিলৰ কৃষকসকলে
==ঐতিহাসিক প্ৰেক্ষাপট==
মোগলৰ দিনত [[নামনি অসম]]ক অৰ্থাৎ চৰকাৰ-কামৰূপক কিছুমান পৰগণাত ভাগ কৰি লৈছিল। চৰকাৰ-কামৰূপৰ শাসনভাৰ [[:en:Mughal Empire|মোগলৰ]] পৰা [[আহোম ৰাজবংশ|আহোমৰ]] হাতলৈ অহাৰ পিচতো কেইটামান পৰগণা বিভাজন কৰি সৰু কৰি লোৱাৰ বাদে এই ব্যৱস্থাটোৰ বিশেষ সাল-সলনি কৰা নাছিল। ১৮২৬ত [[ইয়াণ্ডাবু সন্ধি]]ৰ যোগে অসমৰ শাসনভাৰ [[:en:British Raj|
ঊনবিংশ শতাব্দীৰ চতুৰ্থ, পঞ্চম দশকমানতে [[ৰঙিয়া]]ক প্ৰশাসনীয় আৰু ৰাজহ সংগ্ৰহৰ কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। তেতিয়াই ইয়াত এজন দাৰোগাৰ অধীনত এখন থানা স্থাপন কৰিছিল। ১৮৫৩ চনৰ এ জে মোফাট মিলচৰ প্ৰতিবেদনত উল্লেখ আছিল যে সেই সময়ত কামৰুপত সেইসময়ত মুঠতে ৬খন থানা আছিল। ৰঙিয়া থানাৰ কৰ্মচাৰী আছিল এনে ধৰণৰ- দাৰোগা- ১, মহৰী- ১, জামাদাৰ-১, কাকতি- ১, বৰকান্দাজ-৯, টেকেলা-৭।<ref name="kanak" />
34 নং শাৰী:
১৮৭০ চনত ভুমি বন্দোৱস্তী নিয়মাৱলী প্ৰস্তুত আৰু ৰাজহ নিৰ্দ্ধাৰণ আৰু ভুমি পট্টনৰ সুসংহত ব্যৱস্থাৰ প্ৰৱৰ্তন হয়। মৌজাদাৰ, মণ্ডল আদি বিভিন্ন ৰাজহ বিষয়াৰ পদৱী সৃষ্টি কৰা হয়। [[কামৰূপ জিলা]]ৰ ভূমি জৰীপ আৰু ভুমি শ্ৰেণীকৰণৰ কামো আৰম্ভ হয়। এই সময়তে ৰঙিয়াত ৮খন মৌজা বা পৰগণাক সামৰি এটা তহচিল গঠন কৰা হয়। তহচিলদাৰ হিচাপে নিযুক্তি দিছিল ৰাধানাথ বৰুৱাক। তেওঁ ১৮৮২ৰ পৰা ৰঙিয়াৰ তহচিলদাৰ আছিল।<ref name="kanak" /> ৰঙিয়া তহচিলৰ অন্তৰ্গত পৰগণাকেইটা হ’ল- ১) পাণ্ডুৰী, ২) পাণ্ডুৰী খেৰাজ, ৩) কাউৰবাহা ৪) কাউৰবাহা খেৰাজ, ৫) বড়িগোগ, ৬) পূব বনভাগ, ৭) পশ্চিম বনভাগ আৰু ৮) ধমধমা।<ref name="gagan" />
১৮৮৩ৰ এপ্ৰিল মাহৰ পৰা অসমৰ মূল জিলাকেইখনত (Assam proper) দহবছৰীয়া পট্টা দিয়াৰ বাবে আৰু খাজনাৰ হাৰ বৃদ্ধি কৰাৰ বাবে নতুনকৈ মাটিৰ শ্ৰেণী বিভাজন কৰি চৰকাৰে পুনৰ বন্দোৱস্তীৰ কাম আৰম্ভ কৰে। এই লৈ অসমৰ কৃষকসকলৰ মাজত অসন্তোষে গা কৰি উঠে।<ref name="kanak" /> ১৮৬১ চনত অসমত আফু খেতি নিষিদ্ধ কৰাৰ লগতে পান-তামোল আদিৰ ওপৰতো কৰ আৰোপ কৰিবলৈ যো-যা চলায়। চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বাবে ১৮৬১ত ফুলগুৰি আৰু পাৰ্শ্বৱৰ্তী এলেকাত বিদ্ৰোহে গা কৰি উঠে। এয়ে বিখ্যাত [[ফুলগুৰি ধেৱা]]- [[ব্ৰিটিছ ৰাজ|
==বিদ্ৰোহৰ উকমুকনি==
১৮৯৩ চনৰ কামৰুপৰ জিলাধিপতি আৰ.বি.মেকাবিয়ে
১৮৮৩ৰ ২০ ডিচেম্বৰৰ দিনা তহচিলদাৰ ৰাধানাথ বৰুৱা [[তামুলপৰুৰ|তামুলপুৰ]]ৰ পৰা উভতি অহাৰ বাটত কেইজনমান কৃষকে আগচি ধৰি মাৰধৰ কৰে। চাৰে চাৰিদিন পিছত ২৪ ডিচেম্বৰৰ দিনা ৰঙিয়া থানাৰ ওচৰৰ হাটখোলাত কৃষকসকলৰ এখন প্ৰতিনিধিত্বমূলক সভা অনুষ্ঠিত হয়। তাতেই কিছু বিক্ষুব্ধ লোকে হাটখোলাৰ ঘৰবোৰ লণ্ডভণ্ড কৰে সুদখোৰ মাৰোৱাৰী মহাজনৰ পৰা মাটি বন্ধকীৰ নথি-পত্ৰ লুটপাত কৰি আনে।<ref name="gagan" />
46 নং শাৰী:
==বিদ্ৰোহ==
১৮৯৪ৰ ১০ জানুৱাৰীত তিনিহাজাৰতকৈয়ো অধিক বিদ্ৰোহী কৃষক টাঠি-টাঙোনসহ ৰঙিয়া থানাত উপস্থিত হয়। তেওঁলোকে বলপূৰ্বক ফাটেকিয়ালসকলক মুকলি কৰি আনিবলৈ চেষ্টা চলায় আৰু উপায়ুক্তক আক্ৰমণ কৰে। ৰাইজৰ প্ৰহাৰত আৰ.বি.মেকাবিৰ মূত্যু হয়। ৰাইজক ছত্ৰভঙ্গ দিয়াবলৈ
চৰকাৰী নিৰ্যাতন ক্ৰমশঃ বাঢ়ি আহিল। ৰাইজ অসহায় হৈ পৰিল। ৰাইজৰ উদ্যোমো হ্ৰাস পালে। মণ্ডল জলটিৰাম কলিতাক বিদ্ৰোহত অংশ লোৱা বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে।<ref name="ila" />
==স্মাৰক==
১৯৪২ চনত স্বাধীনতা সংগ্ৰামীসকলে ৰঙিয়াৰ তহচিলদাৰৰ কাৰ্যালয়টো পুৰি পেলাইছিল। ১৯৯৪ চনত ৰঙিয়াৰ ৰাইজে ৰাইজমেলৰ শতবৰ্ষ পালন কৰে।
==তথ্য উৎস==
|