লক্ষীপুৰ, গোৱালপাৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
77 নং শাৰী:
লক্ষীপুৰ ৰাস্তাৰে জলেশ্বৰৰ লগত সংযুক্ত আৰু নদীপথেৰে ধুবুৰীৰ লগত সংযুক্ত। এই মহকুমাৰ ওচৰত জলেশ্বৰ, চুনাৰী নামৰ কেইটামান গাঁও আছে। লক্ষীপুৰ দুটা প্ৰধান ৰাস্তাৰে জিলা সদৰ গোৱালপাৰাৰ লগত সংযুক্ত, এটি আমবাৰী হৈ, আৰু অনটি বায়দা, ৰংছাই হৈ।
 
নগৰটো বিকাশৰ পৰ্যায়ত আছে আৰু লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দ্বাৰা প্ৰাথমিক চিকিৎসাৰ সুবিধা দি আছে। প্ৰাচীনতম স্কুলবিলাকৰ ভিতৰত এটি [[লক্ষীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়]]। বিদ্যালয়টো নগৰৰ কেন্দ্ৰস্থলত অৱস্থিত। বৃটিছব্ৰিটিছ যুগৰ শিক্ষা প্ৰদান কৰি আহিছে। এই নগৰৰ আশেপাশে বহুত কেইটা বেচৰকাৰী স্কুল আৰু চৰকাৰী স্কুল আছে। লক্ষীপুৰ কলেজ নগৰৰ একমাত্ৰ কলেজ।
 
লক্ষীপুৰৰ থানাটো ১৯১১ চনৰ পৰা এই নগৰৰ আশেপাশে শান্তি বজায় ৰাখিবলৈ তদাৰকি কৰি আহিছে।