লক্ষ্মীকান্ত বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ্ভূক্ত লিখক বিলোপ কৰা হ’ল; [[শ্ৰেণী:অসমৰ পাব্লিক ডমেইনৰ অন্তৰ...
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
 
1 নং শাৰী:
{{Assam bio stub}}
{{Infobox person
| name = লক্ষ্মীকান্ত বৰুৱা
| image =
| alt =
| alt caption =
| caption birth_name =
| birth_date = ১৮৮০<!-- {{Birth date and age|YYYY|MM|DD}} -->
| birth_name =
| birth_date = ১৮৮০<!-- {{Birth date and age|YYYY|MM|DD}} -->
| birth_place = শিৱসাগৰ, অসম
| death_date = ১৯৩৯<!-- {{Death date and age|YYYY|MM|DD|YYYY|MM|DD}} (death date then birth date) -->
| death_place =
| nationality =
| other_names =
| known_for =
| occupation = উকিল
}}
'''লক্ষ্মীকান্ত বৰুৱা'''ৰ (১৮৮০-১৯৩৯) জন্ম হয় [[শিৱসাগৰ]]ত। পিতৃৰ নাম ৰজনীকান্ত বৰুৱা। ''"মাখন উকিল"'' নামেৰে জনাজাত লক্ষ্মীকান্ত বৰুৱাই [[শিৱসাগৰ]]ত ওকালতি কৰিছিল। তেখেত [[বৃটিছব্ৰিটিছ ভাৰত]]ৰ সময়ত এবাৰ [[অসম]] ব্যৱস্থাপক সভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। তেখেত [[কটন মহাবিদ্যালয়]]ত পঢ়া কালৰ পৰাই সাহিত্যিক সাংস্কৃতিক সন্থাবোৰৰ সৈতে জড়িত হৈ আছিল। লক্ষ্মীকান্ত বৰুৱাই কটন মহাবিদ্যালয়ৰ ছাত্ৰ সকলে হাতে লিখা আলোচনী 'সেউতী'ৰ সম্পাদনাও কৰিছিল। কেইবাটাও শিশু-কবিতাৰ ৰচক লক্ষ্মীকান্ত বৰুৱাৰ, সমসাময়িক আলোচনী সমূহত বহুতো গীত আৰু কবিতা প্ৰকাশ পাইছিল।<ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী</ref>
 
==তথ্য সংগ্ৰহ==