ৱৰ্ল্ড ৱাইড ৱেব: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
12 নং শাৰী:
ৱৰ্ল্ড ৱাইড ৱেব ({{Lang-en|World Wide Web}}) বা '''ডব্লিউ ডব্লিউ ডব্লিউ''' (WWW) বা '''ডব্লিউ থ্ৰী''' (W3) বা সাধাৰণভাৱে '''দা ৱেব''' (the Web) হ’ল [[ইণ্টাৰনেট]]ত উপলব্ধ পৰস্পৰৰ লগত [[হাইপাৰটেক্সটে|হাইপাৰটেক্সটে]]ৰে (hypertext) সংযুক্ত [[তথ্য]]ৰে গঠিত এটা [[তথ্য প্ৰযুক্তি|তথ্য প্ৰযুক্তিগত]] প্ৰণালী বা তন্ত্ৰ (System)।
 
বৃটিছব্ৰিটিছ ইঞ্জিনীয়াৰ আৰু কম্পিউটাৰ বিশেষজ্ঞ চাৰ [[টিম বাৰ্নাৰ্ছ লী]]য়ে ১৯৮৯ চনৰ মাৰ্চ মাহত পুৰণা হাইপাৰটেক্সটৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি প্ৰথম ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰস্তাব দিয়ে, তেওঁ বৰ্তমান ৱৰ্ল্ড ৱাইড ৱেব কনছৰটিয়ামৰ (World Wide Web Consortium) ডাইৰেক্টৰ। ১৯৯০ চনত [[চুইজাৰলেণ্ড]]ৰ [[জেনেভা]]ত অৱস্থিত চাৰ্ন (CERN) ৰ মুখ্য কাৰ্য্যালয়ত [[টিম বাৰ্নাৰ্ছ লী|বাৰ্নাৰ্ছ লী]] আৰু বেলজিয়ামৰ কম্পিউটাৰ বিজ্ঞানী ৰ’বাৰ্ট কাইলিয়াউ-এ হাইপাৰটেক্সট ব্যৱহাৰ কৰাৰ প্ৰস্তাব দিয়ে আৰু ডিচেম্বৰ মাহত প্ৰকল্পটোৰ বিষয়ে ৰাজহুৱা ভাৱে প্ৰকাশ কৰে।
 
==ইতিহাস==