শশী কাপুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
7 নং শাৰী:
| birthname = বলবীৰ ৰাজ পৃথ্বীৰাজ কাপুৰ
| birth_date = ১৮ মাৰ্চ ১৯৩৮<ref>Film Beat ''http://www.filmibeat.com/celebs/shashi-kapoor/biography.html/</ref>
| birth_place = [[কলকাতা]], [[:en:Bengal Presidency|বেঙ্গল প্ৰেচিডেঞ্চি]], [[:en:British Raj|বৃটিছব্ৰিটিছ ভাৰত]]<br/>(বৰ্তমান [[কলকাতা]], [[পশ্চিম বঙ্গ]], [[ভাৰত]])
| death_date = ৪ ডিচেম্বৰ ২০১৭
| death_place = কোকিলাবেন হস্পিটেল, মুম্বাই, মহাৰাষ্ট্ৰ
26 নং শাৰী:
 
==ব্যক্তিগত জীৱন==
শশী কাপুৰৰ জন্ম বৃটিছব্ৰিটিছ ভাৰতৰ কলকাতাত হৈছিল। দেউতাক আছিল বিখ্যাত অভিনেতা পৃথ্বিৰাজ কাপুৰ। তেখেতেৰ জেষ্ঠ্য ভাতৃ ৰাজ কাপুৰ আৰু শাম্মী কাপুৰো বলিউডৰ প্ৰতিষ্ঠিত অভিনেতা আছিল।<ref>{{cite web|title=Biography for Shashi Kapoor|url=http://www.imdb.com/name/nm0004434/bio}}</ref> ১৯৫৬ত তেখেতে কলকাতাত নিজা নিজা থিয়েটাৰ দলত কাম কৰি থকা অৱস্থাত ইংৰাজ অভিনেত্ৰী জেনিফাৰ কেণ্ডলক লগ পায়। শশী কাপুৰ দেউতাকৰ পৃথ্বি থিয়েটাৰৰ মঞ্চ প্ৰবন্ধক তথা অভিনেতা আছিল। সেই সময়ত কলকাতা জেনিফাৰৰ দেউতাক জিয়ফ্ৰি কেণ্ডলৰ থিয়েটাৰ দল ''শেইকছপীয়েৰিয়ান গ্ৰুপেও'' নাটক প্ৰদৰ্শন কৰি আছিল। এই লগপোৱাৰ পিছত প্ৰেমত পৰে। কেণ্ডলৰ পৰিয়ালৰ বাধা সত্ত্বেও কাপুৰৰ নবৌয়েক বলিউডৰ নায়িকা গীতাবালীৰ সহযোগত ১৯৫৮চনৰ জুলাইত দুয়ো বিয়াত বহে।<ref>[http://www.rediff.com/entertai/2002/may/13dinesh.htm rediff.com, Movies: Profiling Shashi Kapoor: the icon of suave<!-- Bot generated title -->]</ref> তেখেতসকলে দুয়ো একেলগে বহুকেইখন ছবিত অভিনয় কৰে। দুয়োৰো যুগ্মজীৱনৰ সাক্ষ্য আছিল তিনিটা সন্তান- পুত্ৰ কুণাল কাপুৰ, কৰণ কাপুৰ আৰু জীয়ৰী সঞ্জনা কাপুৰ। এই দম্পত্তীহালে ১৯৭৮ৰ ৫নৱেম্বৰত মুম্বাইত পৃথ্বী থিয়েটাৰ প্ৰতিষ্ঠা কৰে।<ref>[http://www.the-south-asian.com/april%202003/shashi%20kapoor-2.htm Shashi Kapoor-2<!-- Bot generated title -->]</ref> ১৯৮৪ত কৰ্কট ৰোগত জেনিফাৰৰ মৃত্যু হোৱাত শশী কাপুৰ ভাগি পৰে।
 
==কৰ্ম জীৱন==
"https://as.wikipedia.org/wiki/শশী_কাপুৰ"ৰ পৰা অনা হৈছে