শ্ৰীনিবাস ৰামানুজন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
29 নং শাৰী:
 
===আমোদজনক ক্ষণ===
এদিনাখন শিক্ষকে ৰামানুজনৰ শ্ৰেণীৰ ল'ৰাবিলাকক হৰণ অঙ্ক বুজাই আছিল।তেতিয়া শিক্ষকজনে এটা মন্তব্য কৰিছিল যে যিকোনো সংখ্যাক একে সংখ্যাৰে হৰণ কৰিলে ভাগফল এক হয়। ৰামানুজনে শিক্ষকৰ মন্তব্যত সুখী নহৈ ঘপহকৈ উঠি প্ৰশ্ন কৰিলে যে শূন্যক শূন্যৰে হৰণ কৰিলেও ভাগফল এক হ'ব নেকি?<ref name="এভাগ" />ৰামানুজনৰ এনেধৰণৰ প্ৰশ্নই শিক্ষকক তবধ মানিছিল।<ref name="এভাগ" />
 
==উচ্চমাধ্যমিক শিক্ষা==
46 নং শাৰী:
 
===ৰামানুজন আৰু জি এইচ হাৰ্ডি===
১৯১৩ চনৰ জানুৱাৰী মাহত চেণ্ড আয়াৰ দেৱ আৰু অইন কেইজনমানৰ সহায়ত বিলাতৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক প্ৰফেচৰ [[জি. এইচ. হাৰ্ডি]]ৰ লগত চিঠি-পত্ৰৰ যোগাযোগ আৰম্ভ কৰে। প্ৰফেচৰ হাৰ্ডিলৈ লিখা প্ৰথমখন চিঠিত ৰামানুজনে এশতকৈও অধিক নিজে গঢ়া অঙ্কশাস্ত্ৰৰ সূত্ৰৰ আভাস দিয়ে আৰু ভৱিষ্যতে পঢ়া-শুনা কৰিবলৈ আৰ্থিক অনাটনৰ বাবে বৃটিছব্ৰিটিছ গৰ্ভমেণ্ট বা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।<ref name="এভাগ" />প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনৰ বুদ্ধি-বৃত্তিৰ উমান পাই ভাৰতত থকাতকৈ কেমব্ৰিজলৈ আনি পঢ়োৱাৰ কথা চিন্তা কৰে আৰু তাকে পৰামৰ্শ দিয়ে। ৰামানুজন আছিল দক্ষিণ ভাৰতীয় সাত্বিক আৰু গোড়া ব্ৰাহ্মণ<ref name="এভাগ" />, সমুদ্ৰ যাত্ৰা তেওঁৰ শাস্ত্ৰবিৰুদ্ধ। জাত যোৱাৰ ভয়ত ৰামানুজনে হাৰ্ডিৰ পৰামৰ্শ আৰু সাহায্য মানি ল'বলৈ অমান্তি হয়।<ref name="এভাগ" />কিন্তু প্ৰফেচৰ হাৰ্ডিয়ে চেষ্টা এৰি নিদিলে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মূৰব্বী ডা০ জি টি ওৱালকাৰ,এফ্‌ আৰ্‌ এচ্‌ আৰু মাদ্ৰাছ পৰ্ট ট্ৰাষ্ট অফিচৰ চেয়াৰমেন ফ্ৰেন্সিচ স্পিঙ্‌,এই দুজনে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা মাহে ৭৫ টকাকৈ বৃত্তি এটা দুবছৰৰ বাবে দিয়াৰ ব্যৱস্থা কৰে।১৯১৩ চনৰ ১ মাৰ্চত ৰামানুজনে কেৰাণী চাকৰি এৰি মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষণা আৰম্ভ কৰে।<ref name="এভাগ" />
 
প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনক কেমব্ৰিজলৈ নিবলৈ চেষ্টা এৰা নাছিল।১৯১৪ চনৰ আগভাগত মাদ্ৰাছ বিশ্ববিদ্যালয়ে [[কেমব্ৰিজ বিশ্ববিদ্যালয়]]ৰ কেইজনমান গৱেষণাকাৰীক অঙ্কশাস্ত্ৰত বক্তৃতা প্ৰদান কৰিবলৈ আহ্বান কৰিছিল আৰু মিঃ নেভিলে তাত সন্মতি জনাইছিল। প্ৰফেচৰ হাৰ্ডিয়ে নেভিল মাদ্ৰাছলৈ যাব বুলি জানিব পাৰি ৰামানুজনক বুজাই-বঢ়াই কেমব্ৰিজলৈ আনিবলৈ অনুৰোধ জনায় আৰু নেভিলে ৰামানুজনক যাবলৈ মান্তি কৰোৱায়।তেতিয়াও আৰ্থিক অভাৱে দেখা দিয়াত মাদ্ৰাছ প্ৰেছিডেন্সী কলেজৰ অঙ্কশাস্ত্ৰৰ অধ্যাপক মিঃ লিটলহেলচ্‌ আৰু মিঃ নেভিলে [[মাদ্ৰাছ বিশ্ববিদ্যালয়]]ৰ পৰা বছৰি ২৫০ পাউণ্ড পোৱাকৈ ৰামানুজনক বৃত্তি এটা দিয়ায়।লগতে বিলাতলৈ জাহাজত বিনা খৰচত যোৱাৰো ব্যৱস্থা কৰে।<ref name="এভাগ" />