হেৰী পটাৰ (চৰিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বৰ্ণাশুদ্ধি নিবাৰণ; র->ৰ
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
1 নং শাৰী:
{{unreferenced}}
'''হেৰী জেমছ পটাৰ''' ({{Lang-en|Harry James Potter}}) বৃটিছব্ৰিটিছ লেখিকা [[জে. কে. ৰাউলিং]] ৰচিত [[হেৰী পটাৰ]] উপন্যাস চিৰিজৰ প্ৰধান চৰিত্ৰ। হেৰীক কেন্দ্ৰ কৰিয়ে এই চিৰিজৰ কাহিনী আগবাঢ়িছে। হেৰী ১১ বছৰ বয়সত সৰ্বপ্ৰথম জানিবলৈ পায় যে সি এজন যাদুকৰ।
 
কাহিনীৰ পটভূমি হৈছে হগৱাৰ্ট্‌ছ স্কুল অফ উইচক্ৰ্যাফট এণ্ড উইজাৰ্ড্ৰি, য'ত হেৰী তাৰ ঘনিষ্ঠ দুই বন্ধু ৰন ৱিজলি আৰু [[হাৰমাইনি গ্ৰেইঞ্জাৰ]]ৰ লগত বিভিন্ন অভিযানত অংশ লয়। হেৰী লাহে লাহে আবিষ্কাৰ কৰে যে, সি যাদুকৰ সম্প্ৰদায়ৰ মাজত অত্যন্ত বিখ্যাত। তাৰ চেহেৰাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে তাৰ কপালত বিদ্যুৎ চমকৰ দৰে কটা দাগ, যিটো স্কাৰ নামে পৰিচিত। [[লৰ্ড ভ'লডেমৰ্ট]] যেতিয়া হেৰীক মাৰিবলৈ আভাডা কেডাভ্ৰা নামক অভিশাপ দিছিল তেতিয়া হেৰীৰ কপালৰ এই দাগ সৃষ্টি হৈছিল। ভ'লডেমৰ্টে হেৰীৰ পিতৃ মাতৃক হত্যা কৰিছিল। যাদুৰ পৃথিৱীত হেৰীয়েই একমাত্ৰ ব্যক্তি যিয়ে আভাডা কেডাভ্ৰা নামক মৃত্যু অভিশাপৰ পৰা বাচি গৈছে। ইয়াৰ ফলত লৰ্ড ভ'লডেমৰ্টৰ পতন হৈছে।