"ৰাইজমেল"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

60 বাইট যোগ দিয়া হ’ল ,  8 মাহ পূৰ্বে
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
 
'''ৰাইজমেল''' সমূহ প্ৰাক বৃটিচব্ৰিটিছ আৰু বৃটিচব্ৰিটিছ ৰাজত্বৰ আৰম্ভনি কালচোৱাত অসমীয়া সাধাৰণ প্ৰজাৰ এক সামাজিক মঞ্চ আছিল। ১৭০৭ - ৬৯ ৰ কালচোৱাত মূলতঃ কৃষকৰ এক সামাজিক শক্তি হিচাবে উদ্ভৱ হৈ ১৮৯৪ চন মানলৈকে ই বৰ্তি আছিল। দৰং জিলাৰ পৰা আৰম্ভ কৰি মধ্য অসম পৰ্য্যন্ত এই ৰাইজমেল সমূহ দেখা গৈছিল। এইসমূহ অনিয়মীয়া সংগঠন আছিল আৰু ৰাইজৰ প্ৰয়োজন সাপেক্ষে গঠন বা আহবান কৰা হৈছিল। ইয়াৰ কোনো কেন্দ্ৰীয় নেতৃত্ব নাছিল আৰু ৰাইজৰ দ্বাৰা সমজুৱা স্বাৰ্থৰ হকে পৰিচালিত হৈছিল। ১৮২৮ - ৯৪ কালচোৱাত ফুলগুৰি, পথৰুয়াট, বজালী আদিত বৃটিচব্ৰিটিছ শাসন প্ৰথাৰ বিৰুদ্ধে দেখা দিয়া বিভিন্ন কৃষক বিদ্ৰোহত এই ৰাইজমেল সমূহে বিশেষ অৰিহণা যোগাইছিল। এই সংগঠনসমূহৰ চৰিত্ৰ জাতি আৰু ধৰ্ম নিৰপেক্ষ আছিল আৰু কোঁচ, কলিতা, বামুন, হিন্দু, মুছলমান নিৰ্বিশেষে এইসমূহত অংশগ্ৰহণ কৰিছিল। প্ৰথমছোৱাত ৰজা আৰু বৃটিচব্ৰিটিছ সকলেও এইসমূহক স্বীকৃতি দিছিল। মুখ্যতঃ কৃষিজীৱী প্ৰজাৰ এই সংগঠনসমূ্ত অসমৰ মধ্যবিত্ত শ্ৰেণীৰ অংশগ্ৰহণ আৰু সহযোগ সম্পৰ্কে অৱশ্যে বিতৰ্ক চলি আছে।<ref name="np">{{cite journal | title=উনৈশ শতিকাৰ কৃষক বিদ্ৰোহ আৰু অসমীবা মধ্যশ্ৰেণী | author=কলিতা, ডঃ ৰমেশ চন্দ্ৰ | journal=নতুন পদাতিক | year=২০০১ | month=মে' - জুন | volume=১ | issue=১ | pages=৪৩}}</ref>
 
==প্ৰাক বৃটিচব্ৰিটিছ কাল==
দৰং আহোমৰ তলতীয়া ৰাজ্য হৈ থকা অৱস্থাত ১৯৬৯ চনত অত্যাধিক কৰৰ প্ৰতিবাদ কৰি ৰাইজমেলৰ জৰিয়তে প্ৰায় ৪০০০ কৃষকে তৎকালীন আহোম ৰজা [[লক্ষ্মীনাথ সিংহ]]ক ৰাজধানী [[ৰংপুৰ]]ত আৱেদন কৰে আৰু ৰজাই এই কৰ বাতিল কৰিবলৈ আদেশ দিবলৈ বাধ্য হয়।<ref name="skb1">{{cite book | title=Anglo Assamese Relations 1771-1826 | publisher=লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী | author=ভুঞা, ডঃ এছ কে | year=1974 | pages=২৬৯-৭০ | edition=2nd}}</ref><ref name="adg">{{cite book | title=Assam District Gadgets | publisher=দৰং জিলা, অসম চৰকাৰ | year=১৯৭৪}}</ref> [[গৌৰীনাথ সিংহ]]ৰ ৰাজত্বকালত [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ সময়ত আহোম ৰাজ্যৰ পৰা বিতাৰিত ভগনীয়াসকলে দৰঙীয়া লোকৰ ওপৰত কৰা আতিশয্যৰ পৰিপ্ৰেক্ষিতত পুনৰ ৰাইজমেলসমূহ সক্ৰিয় হৈ পৰে।<ref name="aaa1">{{cite book | title=An Account of Assam | author=Wade, Dr John Peter | year=1800 | pages=262 | edition=2nd, Guwahati, 1962 | editor=বেণুধৰ শৰ্মা}}</ref> বিভিন্ন গাঁৱৰ দুশ বৰমুৰীয়া মিলি গুৱাহাটীৰ [[বৰফুকন]]ৰ সেৱাত থকা প্ৰায় ৬০০০ [[পাইক]]ক ওভোটাই অনাৰ সিদ্ধান্ত লয়। তদুপৰি মোৱামৰীয়া বিদ্ৰোহৰ ক্ষেত্ৰত আহোম ৰাজত্বক বিৰোধিতা কৰাৰ সিদ্ধান্তৰে বিদ্ৰোহী মোৱামৰীবাৰ দৰে একেধৰনৰ দাবীত যুক্ত হ'ল।<ref name="aaa2">{{cite book | title=An Account of Assam | author=Wade, Dr John Peter | year=1800 | pages=262-3, ডঃ ভূঞা, টোকা-৪ | edition=2nd, Guwahati, 1962}}</ref>
 
পৰবৰ্তীকালত ৰাইজমেলসমূহ দৰং, নগাওঁ আৰু কামৰূপৰ কৃষকৰ সামাজিক জীৱনৰ এক অবিচ্ছেদ্য অংগত পৰিণত হ'ল। বিভিন্ন জনগোষ্ঠীয় আৰু নৃগোষ্ঠীয় সমাজত বৰ্তি থকা গণতান্ত্ৰিক উপাদানসমূহৰ প্ৰাথমিক ৰূপে এই ৰাইজমেলসমূহৰ উথ্থানত প্ৰভাৱ বিস্তাৰ কৰিছিক। তদুপৰি [[শংকৰদেৱ]]ৰ (১৪৪৯-১৫৬৮) নৱবৈষ্ণব আন্দোলনৰ উদাৰনৈতীক প্ৰভাবেও এই অঞ্চলত গণতান্ত্ৰিক জীৱনধাৰা গঢ়ি উঠাত অৰিহণা যোগাইছিল। এই অঞ্চলসমূহত আহোম ৰাজত্বৰ কটকটীয়া প্ৰভাৱ আৰু নিৰ্দেশনাৰ অভাৱেও ৰাইজৰ পথপ্ৰদৰ্শনৰ কাৰক হিচাবেও এই ৰাইজমেলসমূহে গুৰুত্ব লাভ কৰিছিল।<ref name="np"/>
 
==বৃটিচব্ৰিটিছ শাসনকাল==
উপৰোক্ত পৰিস্থিতিত, উনবিংশ শতাব্দীৰ বৃটিচৰব্ৰিটিছৰ শাসনকালতো ৰাইজৰ মাজত ৰা্‌ইজমেল জনপ্ৰিয় আৰু শক্তিশালী হৈ থাকিয়েই গ'ল। এখন চৰকাৰী প্ৰেৰণপত্ৰত (despatch) এইবুলি কোৱা হয় যে বৃটিচব্ৰিটিছ শাসনৰ প্ৰথম পয়ত্ৰিশ বছৰত (১৮২৬-৬১) এই ৰাইজমেলবোৰ অসমৰ প্ৰশাসনৰ স্বীকৃত বৈশিষ্ট্য আছিল আৰু প্ৰশাসনো এইবোৰৰ প্ৰতি সদয় আছিল।<ref>E H Lushitong, Secy to the Govt of Bangle, No. 891, to Major to W Angnew offs. Commissioner of Assam, Judicial Fort William, dt. 31st May 1862, NAL</ref>
 
ৰাইজমেলসমূহ প্ৰশাসনৰ লগত প্ৰজাৰ সংযোগ ৰক্ষাৰো এটা মাধ্যম আছিল।
 
===কৃষক বিদ্ৰোহত ৰাইজমেলৰ ভূমিকা===
বৃটিচব্ৰিটিছ শাসনৰ ভূমিনীতি, বৰ্ধিত ৰাজহ আদিৰ প্ৰতিবাদত প্ৰজা সংগঠিত হোৱাত ৰাইজমেলসমূহৰ বিশিষ্ট ভূমিকা আছিল। এই ৰাইজমেলসমূহৰ জৰিয়তে ৰাইজে আলোচনা বিলোচনা কৰি সংগঠিত হৈ [[ফুলগুৰি ধেৱা]], [[পথৰুঘাটৰ ধেৱা]] আদি কৃষক বিদ্ৰোহ সংঘটিত কৰাৰ বাবে একজোট হৈছিল। এই ৰাইজমেলসমূহৰ জৰিয়তেই কামৰূপ, দৰং আৰু নগাওঁৰ বিভিন্ন স্থানলৈ এই বিদ্ৰোহ বিয়পিছিল। ৰাইজমেল সমূহৰ সৰিয়তেই ৰাইজে বৃটিচলৈব্ৰিটিছলৈ পত্ৰ পঠাই প্ৰতিবাদ জনাইছিল আৰু সাৱধানবাণী শুনাইছিল।{{cn}} <ref name="prantik">{{Citation | author=দীপক কাকতি | publication-date=১৬-৩১ জুন ২০১২ | magazine=প্ৰান্তিক | month=জুন | title=অসমৰ কৃষক বিদ্ৰোহৰ জ্বলন্ত স্বাক্ষৰ - পথৰুঘাটৰ ৰণ | publisher=প্ৰদীপ বৰুৱা | year=2012 | edition=৩১শ বছৰ ১৩শ সংখ্যা, ১ - ২৫৫ জুন, ২০১২}}</ref><ref name="np">{{cite journal | title=উনৈশ শতিকাৰ কৃষক বিদ্ৰোহ আৰু অসমীবা মধ্যশ্ৰেণী | author=কলিতা, ডঃ ৰমেশ চন্দ্ৰ | journal=নতুন পদাতিক | year=২০০১ | month=মে' - জুন | volume=১ | issue=১ | pages=৪৩}}</ref>
 
==সাংগঠনিক আৰু আৰ্থ-সামাজিক বৈশিষ্ট্য ==
3,780

টা সম্পাদনা