আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল এপ্‌ সম্পাদনা Android app edit
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
70 নং শাৰী:
ডেনিচ সকলে নিকোবৰৰ পৰা নিজৰ উপনিবেশ প্ৰত্যাহাৰ কৰিছে বুলি ভুলকৈ ভাবি লৈ ১জুন ১৭৭৮ৰ পৰা ১৭৮৪ লৈকে অষ্ট্ৰিয়াই নিকোবৰত নিজৰ উপনিবেশ স্থাপন কৰাৰ যো যা কৰি,<ref name="ColVoy">{{cite web | url = http://www.colonialvoyage.com/DanishP.html | title = Chronology of Danish Colonial Settlements | first = Marco | last = Ramerini | publisher = ColonialVoyage.com | accessdate = January 2010}}</ref> এই দ্বীপসমূহক '''থেৰেচিয়া দ্বীপপুঞ্জ''' বুলি নামাকৰণ কৰিছিল।<ref name="worldstatesmen.org"/>
 
১৭৮৯ চনত বৃটিচব্ৰিটিছ সকলে গ্ৰে'ট আন্দামানৰ কাষৰ চাথাম দ্বীপত (য'ত বৰ্তমানৰ প'ৰ্ট ব্লেয়াৰ নগৰ অৱস্থিত), এটি নৌ বাহিনীৰ চাউনি আৰু দেশান্তৰিত ব্যক্তিক ৰখাৰ বাহৰ গঢ়ি তোলে। দুবছৰৰ পাছত এই বাহৰ গ্ৰে'ট আন্দামানৰ প'ৰ্ট কৰ্ণৱালিচলৈ তুলি নিয়া হয়, কিন্তু মহামাৰীৰ বাবে ১৭৯৬ চনত ইয়াক উঠাই অনা হয়।
 
১৬ অক্টোবৰ ১৮৬৮ত দ্বীপসমূহৰ অধিকাৰ বৃটিচসকলকব্ৰিটিছসকলক বিক্ৰী কৰাৰ পাছত দ্বীপসমূহত ডেনিচ উপনিবেশৰ ইতি পৰে।<ref name="ColVoy" /> ফলত এইসমূহ ১৮৬৯ৰ পৰা [[বৃটিচব্ৰিটিছ ভাৰত]]ৰ অংগ হৈ পৰে।
 
 
১৮৫৮ চনত বৃটিচেব্ৰিটিছে প'ৰ্ট ব্লেয়াৰত আকৌ এটা চাউনি পাতে, ই আগৰটোতকৈ বহু ক্ষেত্ৰত স্থায়ী হয়। আগৰ টোৰ দৰে ইয়াটো দেশন্তৰিত কৰা ভাৰতীয় উপমহাদেশৰ স্বাধীনতা সংগ্ৰামী সকলক ৰখাৰ ব্যৱস্থা কৰা হৈছিল, প্ৰখ্যাত [[চেলুলাৰ জে'ল]] ইয়াতে আছিল।
 
১৮৭২ চনত আন্দামান আৰু নিকোবৰৰ দ্বায়িত্ব প'ৰ্ট ব্লেয়াত থকা মূখ্য কমিচনাৰক দি এইসমূহৰ শাসন কাৰ্য্য একগোট কৰা হয়।
82 নং শাৰী:
[[দ্বিতীয় বিশ্বযুদ্ধ]]ৰ সময়ত দ্বীপসমূহ জাপানৰ নিয়ন্ত্ৰত আছিল, নেতাজী [[সুভাষ চন্দ্ৰ বসু]]ৰ আজাদ হিন্দ ফৌজৰ দ্বীপসমূহৰ ওপৰত নিয়ন্ত্ৰণ নামতহে আছিল। যুদ্ধৰ সময়ত সুভাষ চন্দ্ৰ বসুৱে দ্বীপসমূহলৈ গৈছিল আৰু ইয়াক '''স্বহীদ দ্বীপ''' আৰু '''স্বাৰাজ দ্বীপ''' বুলি নকৈ নামাকৰণ কৰিছিল।
 
ভাৰতীয় জাতীয় আৰ্মিৰ জেনেৰেল এ. ডি. ল'গান্থানক সেই সময়ত আন্দামান নিকোবৰৰ গবৰ্নৰ নিয়োগ কৰা হয়, তেওঁ ভাৰতীয় জাতীয় আৰ্মিৰ মেজৰ মনচুৰ আলি আলভি, চাব লেফটেনেন্ট মহম্মদ ইকবাল, লেফটেনেন্ট চুবা সিং আৰু ষ্টেন'গ্ৰাফাৰ শ্ৰীনিবাসনৰ সৈতে ১৯৪৪ চনৰ ২২ফেব্ৰুৱাৰীত লম্বা লাইন বিমানকোঠত উপস্থিত হয়। ২১ মাৰ্চ ১৯৪৪ত আবেৰদীন বজাৰৰ গুৰুদ্বাৰৰ সমীপত অসামৰিক প্ৰসাসনিক কাৰ্য্যালয় স্থাপন কৰা হয়। ১৯৪৪ চনৰ ২ অক্টোবৰত কৰ্ণেল এ. ডি. ল'গান্থানে তেওঁ কাৰ্য্য ভাৰ মেজৰ আলভিক অৰ্পণ কৰে আৰু চিৰদিনলৈ প'ৰ্ট ব্লেয়াৰ এৰি যায়।<ref>"Black Days in Andaman and Nicobar Islands" by Rabin Roychowdhury, [Pub. Manas] Pubs. New Delhi</ref> ১৯৪৫ চনৰ ৭ অক্টোবৰত দ্বীপসমূহ পুনৰ বৃটিচৰব্ৰিটিছৰ অধীনলৈ আহে, ১১৬শ ইণ্ডিয়ান ইনফেণ্ট্ৰি বিগ্ৰেডৰ আগত থাকি যোৱা জাপানী বাহিনীয়ে আত্ম সমৰ্পণ কৰে।
 
==তথ্য সংগ্ৰহ==