অ
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
ড০ ৰবীন জামান (আলোচনা | বৰঙণি) →ইতিহাস: ল |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
1 নং শাৰী:
{{Infobox broadcasting network
|name
|logo
|type
|branding
|airdate
|country
|available
|founded
|founder
|slogan
|motto
|market_share
|license_area
|broadcast_area =
|area
|erp
|owner
|key_people
|foundation
|launch_date
|dissolved
|former_names
|digital
|analog
|servicename1
|service1
|servicename2
|service2
|servicename3
|service3
|servicename4
|service4
|callsigns
|callsign_meaning =
|former_callsigns =
|affiliation
|affiliates
|groups
|former_affiliations =
| headquarters = [[নতুন দিল্লী]], [[দিল্লী]], [[ভাৰত]],
|website
|footnotes
}}
'''আকাশবাণী''' ({{Lang-en|All India Radio }}; {{Lang-hi|आकाशवाणी}}) ভাৰতৰ এটা অনাতাঁৰ সম্প্ৰচাৰ সেৱা আৰু প্ৰচাৰ ভাৰতীৰ এটা অংশ। ১৯৩০ চনত,<ref name=Milestones>[http://allindiaradio.gov.in/Profile/Milestones Milestones] Official website. allindiaradio.org. ''Retrieved:2013-01-13''.</ref> প্ৰতিষ্ঠা হোৱা অল ইণ্ডিয়া ৰেডিঅ'ক ১৯৫৬ চনত আধিকাৰিকভাবে আকাশবাণী নামকৰণ কৰা হয়। আকাশবাণী বিশ্বৰ অন্যতম বৃহৎ
==ইতিহাস==
[[File:Akashvani Bhavan in New Delhi.jpg|left|thumb|নতুন দিল্লীত অৱস্থিত আকাশবাণীৰ মুখ্য কাৰ্যালয়|alt=দূৰৈৰ পৰা লোৱা টাৱাৰৰ সৈতে আকাশবাণী ভৱনৰ ছবি]]
১৯২৭ চনত কেইটামান ৰেডিঅ' ক্লাবৰ সহযোগত
১৯৩৯ চনৰ ১ অক্টোবৰৰ পৰা পুষ্টু ভাষাৰ কাৰ্যসূচীৰে অল ইণ্ডিয়া ৰেডিঅ'ই বহিঃসেৱা আৰম্ভ কৰে। প্ৰকৃততে [[আফগানিস্থান]], [[ইৰান]] আৰু আৰৱীয় দেশসমূহক উদ্দেশি [[জাৰ্মানী|জাৰ্মানীয়ে]] কৰা উদ্দেশ্যধৰ্মী (propaganda) অনাতাঁৰ সম্প্ৰচাৰক প্ৰতিহত কৰিবলৈ এই বহিঃসেৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগলৈকে দেশখনত মাত্ৰ ৬টাহে অনাতাঁৰ কেন্দ্ৰ আছিল। এই কেইটা হ'ল- [[দিল্লী]], বোম্বাই, [[চেন্নাই|মাদ্ৰাজ]], [[লক্ষ্ণৌ]], কলকাতা আৰু টিৰুচী। অনাতাঁৰ গ্ৰাহক যন্ত্ৰৰ সংখ্যা আছিল ২,৭৫,০০০। ১৯৫৬ চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আধিকাৰিক নাম আকাশবাণী কৰা হয়।
১৯৩৬ চনত এম ভি গোপালাস্বামীয়ে তেওঁৰ বাসস্থান "বিত্তাল বিহাৰ"ত (বৰ্তমান মহীশূৰৰ আকাশবাণী চৌহদৰ পৰা ২০০ গজ আঁতৰত ) দেশৰ প্ৰথমটো ব্যক্তিগত অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা সময়তে "আকাশবাণী" শব্দটোৰ উদ্ভাৱন কৰিছিল।<ref>[http://www.business-standard.com/india/news/mysore-akashavani-is-now-75-years-old/408172/ Mysore Akashavani is now 75 years old<!-- Bot generated title -->]</ref> ই এটা [[সংস্কৃত]] ভাষাৰ আৰু হিন্দু পৌৰাণিক কথাৰ সৈতে জড়িত শব্দ।<ref>[http://en.bab.la/dictionary/english-hindi/celestial-announcement BabLa dictionary] Retrieved 2011-10-15.</ref>
62 নং শাৰী:
* {{commons category inline|All India Radio|আকাশবাণী}}
* [http://allindiaradio.gov.in/ All India Radio Official web-site]
* [http://www.listenradios.com/vividh-bharati-online/ All India Radio Commercial Broadcasting Service
* [http://india.gov.in/knowindia/radio.php Know India: Radio]
* [http://onlinetps.com/resources/AIR_radio_frequency_list.htm All India Radio (AIR) Station Frequencies (National/International)]
|