যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
64 নং শাৰী:
|footnotes =
}}
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচব্ৰিটিছ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে [[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল [[অসম মাধ্যমিক শিক্ষা পৰিষদ]] (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />
 
==প্ৰতিষ্ঠা==