প্ৰমিতি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

সংশ্লীষ্ট শব্দটো সংশ্লিষ্ট কৰা হৈছে।
টেগ্‌: ভিজুৱেলএডিট ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
18 নং শাৰী:
=== ইম্পিৰিয়েল একক ===
 
আগৰ [[:en:English unit|ইংৰাজী একক(ইং)]] -ৰ আধাৰত [[:en:Imperial unit|ইম্পিৰিয়েল একক]] আৰু [[:en:US customery unit|যুক্তৰাষ্ট্ৰৰ কাষ্টমাৰী একক]] নিৰ্ধাৰণ কৰা হৈছিল। বৃটিচব্ৰিটিছ সাম্ৰাজ্য আৰু কমনৱেল্‌থৰ দেশসমূহত এই পদ্ধতি দেশ বা ক্ষেত্ৰবিশেষে এতিয়াও ব্যবহাৰ কৰা হয়। এ‌ই পদ্ধতি মতে দৈৰ্ঘ্য, ওজন আৰু সময়ৰ বাবে যথাক্ৰমে ফুট, পাউণ্ড আৰু চেকেণ্ডত গণনা কৰা হয়। ইয়াৰ অন্য কিছুমান সংশ্লেষিত একক হ'ল গজ, মাইল, আদি। ক্ষেত্ৰবিশেষে এই পদ্ধতিক FPS বা ফুট-পাউণ্ড-চেকেণ্ড -ও বোলা হয়।
[[File:ChipScaleClock2 HR.jpg|thumb|Chip-scale [[atomic clock]]s, such as this one unveiled in 2004, are expected to greatly improve GPS location.<ref>{{cite web |url=http://www.nist.gov/public_affairs/releases/miniclock.cfm |title=NIST Unveils Chip-Scale Atomic Clock |date=2004-08-27 |accessdate=2011-06-09}}</ref>]]
 
"https://as.wikipedia.org/wiki/প্ৰমিতি"ৰ পৰা অনা হৈছে