ৰবীন্দ্ৰনাথ ঠাকুৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
অ [বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল |
||
68 নং শাৰী:
=== নাটক ===
ৰবীন্দ্ৰনাথে প্ৰথম প্ৰথম ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ অনূদিত [[মলিয়েৰ]]ৰ ''বুৰ্জোৱা'' (Le Bourgeois Gentilhomme) নাটৰ প্ৰধান চৰিত্ৰৰ ৰূপায়ণৰ মাজেৰে আত্মপ্ৰকাশ কৰে। ২০ বছৰ বয়ষত তেওঁ প্ৰথম নাটক "বাল্মিকী" ৰচনা কৰে। ইয়াত ডকাইত ৰত্নাকৰে কেনেকৈ নিজৰ জীৱনদৰ্শন সলনি কৰি বাল্মিকী হৈ [[ৰামায়ণ]] ৰচনা কৰে তাক প্ৰতীয়মান কৰা হৈছে।<ref name="Chakravarty_1961_123">{{harvcol|Chakravarty|1961|p=123}}.</ref> ইয়াত তেওঁ বিভিন্ন নাট্যশৈলী আৰু ভাৱৰ প্ৰকাশ ঘটাইছে, যেনে [[কীৰ্তন]]ৰ ব্যৱহাৰ, মাতাল গানত ঐতিহ্যবাহী
১৮৯০ চনত ৰবীন্দ্ৰনাথে ''বিসৰ্জন'' ৰচনা কৰেন যাক অনেকে তেওঁৰ ৰচিত সৰ্বশ্ৰেষ্ঠ নাটক বুলি বিবেচনা কৰে।<ref name="Chakravarty_1961_123">{{harvcol|Chakravarty|1961|p=123}}.</ref> তেওঁৰ পাচৰ ফালৰ নাটকবোৰত ৰূপকে বেচি প্ৰাধান্য পাইছে। এনে এখন উল্লেখযোগ্য নাটক "ডাকঘৰ"। ইয়াত এজন সৰু ল'ৰাই নিজৰ দৈনন্দিন জীৱনৰ পৰা মুক্তি বিচাৰে আৰু অৱশেষত "শুই পৰে" (মৃত্যুৰ ৰূপক/প্ৰতীক)। সাৰ্ব জনীন আৱেদনসম্পন্ন "ডাকঘৰ"ৰ গল্পই [[ইউৰোপ]]ত যথেষ্ট সঁহাৰি পাইছিল। ৰবীন্দ্ৰনাথৰ ভাষাত ল'ৰাটোৰ শুই পৰাৰ ৰূপকটোৱে "শুই পৰা" ৰূপকটোৱে "জাগতিক স্তুপীকৃত সম্পদ আৰু প্ৰচলিত বিশ্বাস"ৰ পৰা "আধ্যাত্মিক মুক্তি" সূচাইছে।<ref name="Dutta_1997_21-23">{{harvcol|Dutta|Robinson|1997|pp=21–23}}.</ref><ref name="Chakravarty_1961_123-124">{{harvcol|Chakravarty|1961|pp=123–124}}.</ref> আন এখন উল্লেখযোগ্য নাট "চন্দালিকা" এটা প্ৰাচীন [[গৌতম বুদ্ব|বৌদ্ধ]] কিংবদন্তী লৈ গঢ়ি উঠিছে। ইয়াত [[গৌতম বুদ্ধ]]ৰ শিষ্য আনন্দই এগৰাকী আদিবাসী ছোৱালীৰ পৰা পানী খুজি খোৱাৰ কথা বৰ্নোৱা হৈছে।<ref name="Chakravarty_1961_124">{{harvcol|Chakravarty|1961|p=124}}.</ref> ৰবীন্দ্ৰনাথৰ বিখ্যাত নাটক "ৰক্তকৰবী"ত এজন লোভী ৰজাৰ কথা কোৱা হৈছে। ধনৰ লোভত তেওঁ প্ৰজাসকলক খনিত কাম কৰিবলৈ বাধ্য কৰে। নায়িকা নন্দিনীয়ে প্ৰজাসকলক একগোট কৰে আৰু এই অত্যাচাৰৰ অন্ত ঘটায়। তেওঁৰ অন্যান্য উল্লেখযোগ্য নাটক হৈছে "চিত্ৰাংগদা", "ৰাজা", মায়াৰ খেলা আদি। ৰবীন্দ্ৰনাথৰ নৃত্যপ্ৰধান নাটসমূহক "[[ৰবীন্দ্ৰ নৃত্যনাট্য]]" বুলি জনা যায়।
172 নং শাৰী:
ৰবীন্দ্ৰনাথৰ ৰাজনৈতিক মতাদৰ্শত বিভিন্ন প্ৰকাৰৰ দৰ্শনৰ প্ৰভাব পৰিলক্ষিত হয়। তেওঁ ইউৰোপীয় ঔপনিৱেশতাবাদৰ প্ৰতিবাদ কৰিছিল আৰু ভাৰতৰ জাতীয়তাবাদী আন্দোলনকো সমৰ্থন কৰিছিল।<ref name="Dutta_1997_127">{{harvcol|Dutta|Robinson|1997|p=127}}.</ref>। হিন্দু-জাৰ্মান ষড়যন্ত্ৰৰ কথা তেওঁ জানিছিল বুলি প্ৰমাণ পোৱা যায়। ইয়াৰ বাবে সমৰ্থন লাভৰ উদ্দেশ্যে তেওঁ [[জাপান]]ৰ প্ৰধানমন্ত্ৰী কাউণ্ট তেৰাউচি আৰু প্ৰাগ্তন প্ৰধানমন্ত্ৰী ওকুমাৰ সৈতে আলোচনা কৰিছিল।<ref name=Brown>{{harvcol|Brown|1948|p=306}}</ref> পিচে, একে সময়তে তেওঁ স্বদেশী আন্দোলনৰ বিৰোধিতা কৰাইছিল তথা ১৯২৫ চনৰ এটা প্ৰবন্ধত এয়াক "চৰকাৰ পাগলামী" আখ্যা দিয়ে।<ref name="Dutta_1995_261">{{harvcol|Dutta|Robinson|1995|p=261}}.</ref>
দেশক স্বাধীন কৰাৰ উদ্দেশ্যে তেওঁ অসহযোগ বা সশস্ত্ৰ আন্দোলনৰ পৰিবৰ্তে স্বাৱলম্বিতা আৰু জনগণৰ আত্মিক উন্নতিৰ ওপৰত গুৰুত্ব দিছিল। তেওঁৰ মতে
== প্ৰভাৱ==
|