বৃন্দাবনী বস্ত্ৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
3 নং শাৰী:
 
==ইতিহাস==
১৬ শ শতিকাত অসমীয়া শিপিনীসকলে , মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ তত্বাৱধানত, পাটকাপোৰত ভাগৱত , মহাভাৰত আৰু বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালক আখ্যান বিলাক ফুল বাছি চিত্ৰিত কৰিছিল<ref name=gogoi>{{cite news|title=Vrindavani Vastra: Gogoi to move British Museum|url=http://www.thehindu.com/todays-paper/tp-national/vrindavani-vastra-gogoi-to-move-british-museum/article5334146.ece|accessdate=10 November 2013|newspaper=TheHindu|date=10 November 2013}}</ref> এই বস্ত্ৰ ১৫৬৭ ৰ পৰা ১৫৬৯ চনৰ ভিতৰত বৈ উলিওৱা হৈছিল, তাৰপিছত ই বিভিন্ন কাৰণত ভূটান হৈ তিব্বত পায়গৈ আৰু তাৰ পৰা ইউৰোপীয় ব্যৱসায়ীসকলে এই বস্ত্ৰ উদ্ধাৰ কৰি ইউৰোপলৈ লৈ আহে। বৰ্তমান সময়ত এই বস্ত্ৰ লণ্ডনৰ ভিক্টৰিয়া এলবাৰ্ট সংগ্ৰহালয় আৰু পেৰিচৰ [[:en:Musee Guimet|গুইমেট সংগ্ৰহালয়ৰ (the Guimet Museum)]] তত্বাৱধানত আছে।<ref name=reach/> কোনো কোনোৰ মতে বৃন্দাৱনী বস্ত্ৰৰ টুকুৰা এটা ১৯০৪ চন মানত<ref name=editorial>{{cite news|last=Bezboruah|first=D N|title=Lengths of precious fabric|url=http://www.assamtribune.com/scripts/details.asp?id=nov1009/edit2|accessdate=10 November 2013|newspaper=The Assam Tribune (editorial)|date=March 2013}}</ref> লণ্ডনৰ টাইমচ কাকতৰ এজন সাংবাদিকে সংগ্ৰহ কৰি সংগ্ৰহালয়ক দান কৰে। <ref name=gogoi/> একেধৰণৰ বস্ত্ৰৰ টুকুৰা 'ফিলাডেলফিয়া মিউজিয়াম অৱ আৰ্ট'কে ধৰি কেইবাটাও সংগ্ৰহালয়ত আছে বুলি জনা যায়।<ref name=phil>{{cite web|title="Cloth of Vrindavan" (Vrindavani Vastra) depicting Scenes from the Life of Krishna|url=http://www.philamuseum.org/collections/permanent/85842.html|publisher=Philadelphia Museum of Art|accessdate=10 November 2013}}</ref>. ২০০৪ চনত, শংকৰদেৱে ১৬ শতিকাত আৰ্হি কৰা বুলি অনুমান কৰা এনে এটুকুৰা বস্ত্ৰ নিউয়ৰ্ক চহৰৰ 'অক্সন হাউচ অৱ খ্ৰীষ্টী'য়ে ১২০,০০০ ডলাৰ সংৰক্ষিত মূল্যত নীলাম কৰিছিল। <ref name=hugh>{{cite news|last=Hugh and Colleen Gantzer|first=Colleen Gantzer|title=The polymath guru of Assam|url=http://articles.timesofindia.indiatimes.com/2012-08-28/edit-page/33426189_1_religious-leaders-teachings-monasteries|accessdate=10 November 2013|newspaper=The Times of India|date=28 August 2012}}</ref> এনেধৰণৰ পাটৰ কাপোৰত বৈ উলিওৱা শিল্পকৰ্ম অসমৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত ১৭১৫ চন মানলৈকে তৈয়াৰ কৰা হৈছিল <ref name=mac>{{cite book|last=Mary Schoeser|first=Foreword by JulienMacdonald|title=Silk|year=2007|publisher=Yale Univ. Press|location=New Haven, Conn. [u.a.]|isbn=9780300117417|page=70|url=http://books.google.co.in/books?id=LpVdUddNkGUC&pg=PA70&lpg=PA70&dq=vrindavani+vastra&source=bl&ots=oGDiM7m3rw&sig=dt94CyY_-8Z2Sac8410ovfK37Cc&hl=en&sa=X&ei=jQ6BUpieL4n9rAeq5ICICw&ved=0CDIQ6AEwAjgU#v=onepage&q=vrindavani%20vastra&f=false|coauthors=Marcandalli, contrib. by Bruno}}</ref>আৰু তিব্বত আদি দেশলৈ ৰপ্তানিও কৰা হৈছিল। <ref name=reach/>
 
বৰ্তমান [[বৃটি‍ছব্ৰিটি‍ছ মিউজিয়াম]]ৰ মালিকীস্বত্বৰ অধীনত থকা এই বস্ত্ৰ ১৯০৪ চনত তিব্বতৰ পৰা উদ্ধাৰ কৰা হৈছিল। এই বস্ত্ৰ চাৰে ন মিটাৰ দীঘল যদিও ইয়াক কেইবাটাও খণ্ডত বৈ উলিয়াই পিছত যোগ কৰা হৈছে, প্ৰত্যেক খণ্ডতে শ্ৰীকৃষ্ণৰ লীলা চিত্ৰিত হৈছে।<ref name=editorial/> নানাৰঙী এই ছবিবিলাকৰ লগতে ইয়াত শংকৰদেৱ বিৰচিত এটি পদো তুলি থোৱা আছে। <ref name=editorial/>
 
ভাৰতৰ কেইবাটাও চৰকাৰী সংস্থাই এই বস্ত্ৰ ভাৰতলৈ আনিবলৈ চেষ্টা চলালেও সফল হব পৰা নাই। <ref name=reach/> ২০১৩ চনত অসম চৰকাৰে ব্ৰিটিছ মিউজিয়ামক এই বস্ত্ৰ প্ৰদৰ্শিত কৰিবলৈ অনুৰোধ কৰে যাতে কলামোদী, গৱেষক আৰু লণ্ডনত থকা অসমীয়া মূলৰ লোকসকলে এই মহান কাৰুশিল্পৰ দৰ্শন লাভ কৰিব পাৰে। <ref name=gogoi/>
 
==তথ্যসূত্ৰ==