ভাৰতীয় ৰেল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
225 নং শাৰী:
 
==ট্ৰেক আৰু গজ==
[[File:DarjeelingTrainFruitshopCrop.JPG|thumb|দার্জিলিংয়ের একটি সরু গেজ ট্রেন]]
[[File:Narrow Gauge Train at Rajim.JPG|thumb|চট্টিছগড় ৰাজ্যৰ ৰাজিম ষ্টেচনত এখন নেৰ' গজ ৰেল]]
ভাৰতীয় ৰে'লত চাৰি প্ৰকাৰৰ গজ আছে: ব্ৰড গজ – বহল ১৬৭৬ মিঃমিঃ, মিটাৰ গজ – বহল ১০০০ মিঃমিঃ আৰু দুই ধৰণৰ নেৰ' গজ। এটা নেৰ' গজৰ বহল ৭৬২ মিঃমিঃ আৰু আনটো নেৰ' গজৰ বহল ৬১০ মিঃমিঃ। মুঠ পথ (''route'') দৈৰ্ঘ্য ৬৫,০০০ কিঃমিঃৰ বিপৰীতে মুঠ ৰে'ল চিৰিৰ (''tract'') দৈৰ্ঘ্য ১,১৫,০০০ কিঃমিঃ।<ref name="Yearbook2011">{{cite book |title=India Yearbook 2011 |publisher=Publications Division, Ministry of Information & Broadcasting, Govt. of India |isbn=978-81-230-1674-0 |author=compiled and edited by Research, Reference and Training Division. |year=2011 |unused_data=Table 19.1 }}</ref> ২০১২ চনৰ ৩১ মাৰ্চলৈ ৩৪% ৰেলপথ বৈদ্যুতিকৰণ কৰা হৈছে।<ref>http://im1.indiarailinfo.com/506503/0/remapa309072012.jpg</ref> মুঠ ৰে'ল চিৰিৰ (''track'') ৯১% আৰু মুঠ ৰেল পথৰ (''route'') ৮৬% ব্ৰড গজ। মুঠ পথ দৈৰ্ঘৰ ৭% মিটাৰ গজ পথ। ইউনিগজ প্ৰকল্পৰ অধীনত বিশ্ব ঐতিহ্যৰ অধীনস্থ ৰেল পথবোৰক বাদ দি অন্যান্য পথসমূহক ব্ৰড গজলৈ ৰূপান্তৰণৰ কাম চলি আছে। নেৰ' গজ ৰেলপথৰ দৈৰ্ঘ্য ২,০০০ কিঃমিঃ। সাধাৰণতে নেৰ' গজ ৰেল পথ পাহাৰীয়া অঞ্চলত দেখা যায়। [[দাৰ্জিলিং হিমালয়ান ৰেলৱে]], [[কালকা-চিমলা ৰেলৱে]] আৰু [[কাংগ্ৰা ভেলী ৰেলৱে]] তিনিটা লেখত লবলগীয়া নেৰ' গজ পথ। .<ref>{{cite web
| title = Toy Trains Of India
233 নং শাৰী:
| publisher=India Calling Tours (P) Limited}}</ref>
 
বৰ্তমান ভাৰতৰ ৰে'লপথত প্ৰিষ্ট্ৰেচড কংক্ৰীট ([[:en:prestressed concrete|''prestressed concrete'']]), ষ্টীল অথবা কাষ্ট আইৰণৰ শ্লীপাৰ ([[:en:Railroad tie|''Sleepers'']]) ব্যৱহাৰ কৰা হয়। বহুল ভাবে প্ৰিষ্ট্ৰেচড কংক্ৰীট শ্লীপাৰেই ব্যৱহাৰ কৰা হয়। অতীতত ব্যৱহাৰ কৰা কাঠৰ শ্লীপাৰ বৰ্তমান নাইকিয়া হৈ গৈছে।
 
==যাত্ৰীবাহী ৰে'লৰ প্ৰকাৰ==