মাকুম: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{Infobox settlement
| name = মাকুম
| native_name =
| native_name_lang = as
| other_name =
| nickname =
| settlement_type = নগৰ
| image_skyline =
| image_alt =
| image_caption =
| pushpin_map = India Assam
| pushpin_label_position = left
| pushpin_map_alt =
| pushpin_map_caption = [[ভাৰত]]ৰ [[অসম]]ত মাকুমৰ অৱস্থান
| latd = 27.5
| latm =
| lats =
| latNS = N
| longd = 95.45
| longm =
| longs =
| longEW = E
| coordinates_display = inline,title
| subdivision_type = দেশ
| subdivision_name = {{flag|India}}
| subdivision_type1 = [[ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ|ৰাজ্য]]
| subdivision_name1 = [[অসম]]
| subdivision_type2 = [[অসমৰ জিলাসমূহ|জিলা]]
| subdivision_name2 = [[তিনিচুকীয়া জিলা]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = ১২২122
| population_total = ১৬,৯২৩
| population_as_of = ২০১১ চনৰ লোকপিয়ল
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = ভাষা
| demographics1_title1 = চৰকাৰী
| demographics1_info1 = [[অসমীয়া]]
| timezone1 = [[ভাৰতীয় মান সময়]]
| utc_offset1 = +5:30
| postal_code_type = [[Postal Index Number|PIN]]
| postal_code = 786170
| area_code_type = Telephone code
| area_code = Police Station -03742345557
| registration_plate =
| website =
| footnotes =
}}
'''মাকুম''' (IPA: mɑːkəm) [[অসম]]ৰ [[তিনিচুকীয়া জিলা]]ত অৱস্থিত এখন নগৰ৷নগৰ। 'মাকুম' শব্দটো চীনা শব্দৰ পৰা উৎপত্তি হোৱা যাৰ অৰ্থ "'''meeting point'''" প্ৰকৃততে এই অঞ্চলতে [[অসম]]ৰ তিনিখন প্ৰধান চহৰ [[তিনিচুকীয়া]], [[ডিগবৈ]] আৰু [[ডুমডুমা]] লগ হোৱাৰ বাবে ইয়াৰ নাম মাকুম হৈ পৰে৷পৰে। তাৰোপৰিতদুপৰি এই মাকুমতে ৩৭ আৰু ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মিলিত হৈছে৷হৈছে। ইয়াতে অৱস্থিত মাকুম ৰে'লৱে ষ্টেচন ভাৰতীয়া ৰেলৰ আটাইতকৈ পূবত অৱস্থিত ষ্টেচন৷ ষ্টেচন।<ref>{{cite web|author=TI Trade |url=http://www.assamtribune.com/scripts/detailsnew.asp?id=jun1710/state07 |title=The Assam Tribune Online |publisher=Assamtribune.com |date=2010-06-17 |accessdate=2012-09-30}}</ref>
 
মাকুম ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷অন্তৰ্ভুক্ত।
 
==ভৌগোলিক অৱস্থান==
মাকুম ভৌগোলিকভাৱে {{Coord|27.5|N|95.45|E|}} অৱস্থিত৷অৱস্থিত। এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ১২২ মিটাৰ (৪০০ ফুট) এই টাউনখন তিনিচুকীয়াৰ পৰা ৭ কিমি পূবে অৱস্থিত৷অৱস্থিত। এই অঞ্চলটো দাঁতিকাষৰীয়া সৰু-বৰ ঠাইসমূহৰ সৈতে ঘাইপথ আৰু ৰে'লপথেৰে সংযোজিত হৈ আছে৷ আছে।
 
==জন গাঁথনি==
২০১১ চনৰ লোকপিয়ল অনুসৰি, মাকুমৰ মুঠ জনসংখ্যা ১৬,৯২৩ জন৷জন।<ref>{{cite web |title=Makum Population Census 2011 - 2020 |url=https://www.census2011.co.in/data/town/801582-makum-assam.html |website=Census 2011 |publisher=Census 2011 |accessdate=6 May 2020}}</ref> ইয়াৰে ৮,৭৭০জন পুৰুষ আৰু ৮,১৫৩ গৰাকী মহিলা৷মহিলা। মাকুমৰ গড় সাক্ষৰতাৰ হাৰ ৭৯.২৫% ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৪.১৬% আৰু ৭৪.০৪% মাকুমৰ জনসংখ্যাৰ ১১.৫৩% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷অনুৰ্ধৰ।
 
==অৰ্থনীতি==
মাকুম এখন উদ্যোগিক নগৰ৷নগৰ। ইয়াত কেইবাটাও ডাঙৰ প্লাইউডৰ কাৰখানা আছিল যদিও বৰ্তমান প্ৰায়ভাগেই বন্ধ হৈ আছে৷আছে। তাৰোপৰিতদুপৰি মাকুমত ভালেসংখ্যক চাহ কাৰখানা আছে৷আছে। অন্যন্য উদ্যোগসমূহ হ'ল, আটা, মম ইত্যাদি৷ইত্যাদি। মাকুম নগৰৰ আশে পাশে ভালসংখ্যক চাহ বাগান আছে৷ আছে।
 
==শিক্ষা==
মাকুমত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷আছে। ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-
 
বিদ্যালয়-
* Ganga Bishan Chowkhani উচ্চ মাধ্যমিক বিদ্যালয়
* গোপালকৃষ্ণ বালিকা বিদ্যালয়
* ৰে'লৱে বিদ্যালয়
মহাবিদ্যালয়-
* মাকুম মহাবিদ্যালয়
অন্যান্য-
 
বনৰক্ষীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান (Forest's guards training school)
==চাইনা টাউন==
মাকুম অঞ্চলটোত এসময়ত ১৮৩০ৰ দশকত চীনৰ পৰা অহা বহু লোকে বাস কৰিছিল৷কৰিছিল। ১৯৬২ চনত চীন আৰু ভাৰতৰ যুদ্ধৰ সময়ত এই চাইনা টাউন বন্ধ কৰি দিয়া হয়৷হয়। বৰ্তমান এই চাইনা টাউন (বৰ্তমানৰ চীনাপট্টি) ত স্থানীয় লোকে বসবাস কৰে যদিও বহুতো চীনা আৰ্হিৰ ঘৰ দেখিবলৈ পোৱা যায়৷যায়। এই চীনা লোকসকলৰ অতীত আৰু বৰ্তমানক লৈ অসমীয়া লেখিকা ৰীতা চৌধুৰীয়ে '[[মাকাম]]' নামৰ এখন গ্ৰন্থ ৰচনা কৰিছে৷ কৰিছে।<ref>{{cite news |url=http://www.telegraphindia.com/1100418/jsp/7days/story_12351075.jsp |newspaper=The Telegraph - Calcutta (Kolkata) |title= India’s shame|accessdate=2012-09-30}}</ref>
 
==তথ্যসূত্ৰ==
{{Reflist}}
 
[[শ্ৰেণী:অসমৰ নগৰ-মহানগৰ]]
[[শ্ৰেণী:তিনিচুকীয়া জিলা]]
"https://as.wikipedia.org/wiki/মাকুম"ৰ পৰা অনা হৈছে