ৰাধানাথ ফুকন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
বানান শুধৰণি
18 নং শাৰী:
}}
 
'''ৰাধানাথ ফুকন''' ({{lang-en|Radhanath Phukan}}) অসমৰ এজন আগশাৰীৰ সংস্কৃত পণ্ডিত, দাৰ্শনিক আৰু সাহিত্যিক। অসমৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰীধাৰী<ref>{{cite web | title=জ্ঞানৰ সাধক প্ৰফেছৰ জ্যোতিপ্ৰসাদ মেধি | publisher=বাৰ ওঠৰ | date=ছেপ্তেম্বৰ ২০১৪ | accessdate=27 জানুৱাৰী 2015 | author=ড° দিলীপ শৰ্মা | pages=৪৫-৪৬}}</ref> লোক হোৱাৰ ওপৰিও, অসমীয়া ভাষাত দৰ্শণদৰ্শন বিষয়ৰ মৌলিক গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত তেখেত আগৰণুৱা আছিল। তেখেতে ইংৰাজী আৰু হিন্দী ভাষাতো সাহিত্য চৰ্চা কৰিছিল। ব্ৰিটিছৰ আমোলত ৰায়বাহাদুৰ খিতাপ লাভ কৰা ফুকন ডাঙৰীয়াই শিক্ষা আৰু কৰ্ম জীৱনত ব্যুৎপত্তিৰ পৰিছয়পৰিচয় দিছিল। বিজ্ঞানৰ ছাত্ৰ হোৱা হেতুকে তেখৈতৰতেখেতৰ ৰচনাৱলীত ভাৰতীয় দৰ্শণৰদৰ্শনৰ মূল তত্বতত্ত্ব বিলাকক আধুনিক বিজ্ঞানসন্মত দৃষ্টি ভংগীৰে বিশ্লেষনবিশ্লেষণ কৰা দেখা পোৱা যায়।<ref name = rnp> বৰেণ্য, নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ, ২০১২</ref>
 
==বাল্যকাল আৰু শিক্ষা জীৱন==
ৰাধানাথ ফুকন বাল্যকাল [[যোৰহাট]] আৰু [[শিৱসাগৰ]]ত অতিবাহিত হৈছিল। ১৮৮১ চনত তেখেতে শিৱসাগৰ গৱৰ্ণমেণ্ট ভাৰনেকুলাৰ স্কুলত নাম ভৰ্তি কৰে আৰু একে সময়তে দীননাথ বেজবৰুৱাৰ সংস্কৃত টোলতো শিক্ষাগ্ৰহণ আৰম্ভ কৰে। ১৮৮২ চনত তেখতে শিৱসাগৰ চৰকাৰী হাইস্কুলত নাম লগায়। ১৮৯১ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে কলিকতাৰ প্ৰেছিদেন্সীপ্ৰেচিডেন্সী কলেজৰ পৰা এফ এ আৰু বি এ ডিগ্ৰী লাভ কৰে। তাৰপাছত তেঁও প্ৰেছিদেন্সীপ্ৰেচিডেন্সী কলেজৰ পৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৮৯৮ চনত তেখেতে কলিকতাৰ ৰিপন মহাবিদ্যলয়ৰ পৰা বি. এল. ডিগ্ৰীও লাভ কৰে। সমগ্ৰ শিক্ষা জীৱনতে তেঁও তীক্ষ্ণ বুদ্ধি আৰু পাৰদৰ্শিতাৰ পৰিচয় দিছিল।
 
==কৰ্ম জীৱন==
বি. এল ডিগ্ৰী লাভ কৰাৰ পাছত ফুকনে পোন প্ৰথমে যোৰহাটত ওকালতি কৰে। ১৯০৩ চনত তেওতেওঁ প্ৰশাসনীয় সেৱাৰ বাবে নিৰ্বাচিত হয় আৰু গুৱাহাটীত ই. এ. চি. হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়তে ব্ৰিটিছ চৰকাৰে তেওকতেওঁক ৰায়বাহাদুৰ উপাধিও প্ৰদান কৰে। তেজপুৰ, হবিবগঞ্জ, চুমানগঞ্জ আদি বিভিন্ন ঠাইত কাৰ্য্যনিৰ্বাহকাৰ্যনিৰ্বাহ কৰি তেখেতে কেইবাটাও পদোন্নতি লাভ কৰে, প্ৰথমে জিলা ন্যয়াধীশ আৰু শেষত ছেছন জাজ হিচাপে তেখেতে চাকৰিৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছতো তেখেতে পুণৰপুনৰ ওকালতি আৰম্ভ কৰে। তদুপৰি তেখেতে বাহনি নামৰ এখন চাহবাগিছা ক্ৰয় কৰি ব্যৱসায়তো মনোনিবেশ কৰে।
এই কালছোৱাত তেখেতে সমান্তৰাল ভাৱে সাহিত্য চৰ্চা ৰাখিছিল।
 
==ভাৰতীয় দৰ্শনৰ সৈতে পৰিচয়==
১৯২০ চনত ফুকনৰ দাৰ্শনিক আৰু কৱিকবি দুৰ্গেশ্বৰ শৰ্মাৰ লগত পৰিচয় হয়, আৰু তেখেতৰ সানিধ্যতেসান্নিধ্যতে গীতাকে ধৰি আন আন ভাৰতীয় দৰ্শণৰদৰ্শনৰ পুথি পঢ়া আৰম্ভ কৰে। ভাৰতীয় দৰ্শনে ফুকনৰ জীৱনত আমূল পৰিবৰ্তনৰ সূচনা কৰে আৰু পিছলৈ তেখেতে এই বিষয়টিৰ ওপৰত চৰ্চা আৰু কেইবাখনো পুথি ৰচনাৰে, দৰ্শণৰদৰ্শনৰ এজন পণ্ডিত ৰূপে পৰিগণিত হয়। ভাৰতীয় দৰ্শণৰদৰ্শনৰ বাদেও তেখেতে মহাপুৰুষ শংকৰদেৱৰ সৃষ্টিৰাজিও গভীৰ ভাৱে অধ্যয়ন কৰে। অনুবাদ আৰু মৌলিক ৰচনাৰে তেখেতে ভাৰতীয় দৰ্শণৰদৰ্শনৰ তত্ববিলাকতত্ত্ববিলাক সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছিল। <ref name=rnp/>
 
==সাহিত্যকৃতি==
ফুকন ডাঙৰীয়াৰ সংস্কৃত ভাষাৰ ওপৰত বিশেষ ব্যুৎপত্তি আছিল, তেঁও নিজে সংস্কৃতত সাহিত্য চৰ্চা কৰা নাছিল যদিও, সংস্কৃতত থকা দৰ্শন শাস্ত্ৰসমূহ তেঁওতেওঁ ইংৰাজী আৰু অসমীয়ালৈ অনুবাদ তথা বাখ্যা কৰিছিল। তেখেতৰ ৰচনাত কেইটামান বিশেষত্ব দেখা পোৱা যায়-
# আধুনিক বিজ্ঞানৰ সূত্ৰসমূহৰ সৈতে ভাৰতীয় দৰ্শনৰ তুলনা
#বিভিন্ন ভাৰতীয় দৰ্শন সমূহৰ মাজত সমন্বয় সৃষ্টি কৰাৰ প্ৰয়াস
40 নং শাৰী:
#বেদান্ত দৰ্শন
#কথাৰে উপনিষৎ (হিন্দী আৰু অসমীয়া)
#বিজ্ঞানৰ সিপাৰে (হিন্দী আৰু অসমীয়া) শন
#জন্মান্তৰৰ ৰহস্য
#The Theory of Rebirth