কাঞ্চনজংঘা (চলচ্চিত্ৰ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
{{Infobox film
| name =কাঞ্চনজংঘা: ৰাইচ<br/>Kanchanjangha: Rise
| image = কাঞ্চনজংঘাৰ পোষ্টাৰ.jpg
| alt =
| caption =
| director = [[জুবিন গাৰ্গ]]
| producer = জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ
| writer = জুবিন গাৰ্গ
| story = জুবিন গাৰ্গ
| screenplay =
| starring = {{Plainlist|
* জুবিন গাৰ্গ
* পবিত্ৰ ৰাভা
* শশাংক সমীৰ
* ধৃতিমান ফুকন
* পিংকী শৰ্মা
*
}}
| music = জুবিন গাৰ্গ
| cinematography =
| editing =
| studio =
| distributor = আই ক্ৰিয়েছন প্ৰডাকচন
| released = {{Film date|2019|09|06|df=y}}
| released = ৬ ছেপ্টেম্বৰ ২০১৯
| runtime = ১০০ মিনিট
| country = {{flag|IND}}
| language = [[অসমীয়া ভাষা|অসমীয়া]]
| budget ={{INRConvert|1.5|c}}
| gross = {{INRConvert|5.12|c}}
}}
'''কাঞ্চনজংঘা''' হ'ল ২০১৯ চনত মুক্তি পোৱা ''আই ক্ৰিয়েছন প্ৰডাকচন''ৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন বাস্তৱমুখী, এক্সনধৰ্মী [[অসমীয়া চলচ্চিত্ৰ]]। [[জুবিন গাৰ্গ]]ৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।<ref>{{cite web|url=http://www.boxofficeassam.com/kanchanjangha-by-zubeen-garg/ |title=Kanchanjangha New Assamese Movie by Zubeen Garg
|website=boxofficeassam.com|accessdate=2019-08-24}}</ref>
 
==অভিনয়ত==
* অনিৰ্বাণ ভট্টাচাৰ্যৰ চৰিত্ৰত [[জুবিন গাৰ্গ]]
* পাঞ্চনাৰ চৰিত্ৰত পিংকী শৰ্মা
* পবিত্ৰৰ চৰিত্ৰত [[পবিত্ৰ ৰাভা]]
* শশাংকৰ চৰিত্ৰত শশাংক সমীৰ
* অনিৰ্বাণৰ মাতৃৰ চৰিত্ৰত [[ৰুণু দেৱী]]
* অনিৰ্বাণৰ ভগ্নীৰ চৰিত্ৰত জেৰিনা বৰুৱা
* প্ৰয়াসৰ চৰিত্ৰত প্ৰয়াস শৰ্মা তামুলীতামোলী
* ত্ৰিদীপ লাহন
* ধৃতিমান ফুকন
49 নং শাৰী:
| Type = চলচ্চিত্ৰ সংগীত
| Artist = [[জুবিন গাৰ্গ]]
| Cover =
| Caption =
| Released = ২০১৯
| Recorded =
| Genre = বোলছবি সংগীত
| Length =
| Language = [[অসমীয়া ভাষা|অসমীয়া]]
| Label = টাইম্‌চ মিউজিক <ref>{{cite web|url=https://timesofindia.indiatimes.com/entertainment/assamese/times-music-acquires-music-rights-for-zubeen-gargs-next-film-kanchanjangha/articleshow/69874281.cms|title=Times Music Acquires Music Rights For Zubeen Garg’s Next Film, ‘Kanchanjangha’|access-date=27 August 2019|website=[[Times Music|Times Music.com]]}}</ref>
| Director = জুবিন গাৰ্গ
| Producer = জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ
| Compiler =
| Chronology =
}}
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জুবিন গাৰ্গে। গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ লগতে অন্যান্য শিল্পীয়ে। এলবামটিত মুঠ ৬টা গীত সন্নিবিষ্ট আছে। "কাঞ্চনজংঘা" শীৰ্ষক গানটোৰ কিছু অংশ [[জ্যোতিপ্ৰসাদ আগৰৱালা]] দেৱৰ কাঞ্চনজংঘা কবিতাটোৰ আবৃত্তি আৰু কিছু অংশ গান হিচাপে সুৰ দিয়া হৈছে। মুক্তিৰ পাছৰে পৰা গোটেইকেইটা গানেই দৰ্শকৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে। {{citation needed}}
{{tracklist
| headline = গীতৰ তালিকা
| extra_column = গায়ক/গায়িকা
| lyrics_credits = no
| total_length =
| title1 = ধূলিকণা
| extra1 = [[জুবিন গাৰ্গ]], [[জুবলী বৰুৱা]], পাঞ্চনা ৰাভা
| lyrics1 = শশাংক সমীৰ
| length1 = ৬:২৬
| title2 = প্ৰীতি ভৰা
| extra2 = জুবিন গাৰ্গ, গায়ত্ৰী হাজৰিকা
| lyrics2 =
| length2 = ৪:৫৩
| title3 = ৰিক্ত সিক্ত
| extra3 = জুবিন গাৰ্গ, ৰাহুল গৌতম শৰ্মা, গৌৰাঙ্গ
| lyrics3 =
| length3 = ২:৪৫
| title4 = পাঞ্চনা
| extra4 = জুবিন গাৰ্গ, পাঞ্চনা ৰাভা
| lyrics4 =
| length4 = ৫:৫৩
| title5 = কাঞ্চনজংঘা
| extra5 = জুবিন গাৰ্গ, ৰাহুল গৌতম শৰ্মা, ঔম এচ ৱাৰেণ্যম
| lyrics5 =
| length5 = ১০:৪৮
| title6 = প্ৰীতি ভৰা -২
| extra6 = জুবিন গাৰ্গ, মানসী
| lyrics6 =
| length6 = ৪:৫১
}}
<!-- == বক্স অ'ফিচ == -->
 
== বক্স অ'ফিচ ==
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
==বাহ্যিক সংযোগ==
* [https://www.facebook.com/KanchanjanghaTheFilm/ ফেচবুক পৃষ্ঠা]
* [https://twitter.com/kanchanjangha123 টুইটাৰ]
 
[[শ্ৰেণী:অসমীয়া চলচ্চিত্ৰ]]
 
[[শ্ৰেণী:২০১৯ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ]]