২৭ ডিচেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত
No edit summary
2 নং শাৰী:
 
==ঘটনাৰাজী==
#* ১৮৩১ চনৰ আজিৰ দিনটোত [[চাৰ্লছ ডাৰউইন|চাৰ্লছ ডাৰউইনে]] এইচ. এম. এছ. বিগল নামৰ জাহাজখনত উঠি নিজৰ বিশ্ব বিখ্যাত [[প্ৰশান্ত মহাসাগৰ]]ৰ যাত্ৰা আৰম্ভ কৰিছিল।
#* ১৯৪৫ চনৰ আজিৰ দিনটোত [[বিশ্ব বেঙ্কবেংক]]ৰ প্ৰতিষ্ঠা হৈছিল।
#* ১৯১৭ চনত [[অসম সাহিত্য সভা]] প্ৰতিষ্ঠা হৈছিল।
 
===জন্ম===
#* ১৫৭১ চনৰ আজিৰ দিনটোত প্ৰখ্যাত [[জাৰ্মান]] জ্যোতিৰ্বিদ [[জোহানচ কেপলাৰ]]ৰ জন্ম হৈছিল।
#* [[ফ্ৰান্স]]ৰ [[জীৱ বিজ্ঞানজীৱবিজ্ঞান|জীৱ বিজ্ঞানীজীৱবিজ্ঞানী]] [[লুইচ পেচিয়াৰ]]ৰ ১৮২২ চনৰ আজিৰ দিনটোত জন্ম হৈছিল।
#* ১৭৯৭ চনৰ আজিৰ দিনটোত কবি [[মিৰ্জা গালিব]]ৰ জন্ম হৈছিল।
#* ১৯৬৫ চনৰ আজিৰ দিনটোত অভিনেতা [[ছলমান খান]]ৰ জন্ম হৈছিল।
 
===মৃত্যু===
#* গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী [[প্ৰতিমা বৰুৱা পাণ্ডে]] ২০০২ চনৰ আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰিছিল।
 
==দিৱস==
 
== বাহ্যিক সংযোগ ==