শিলঘাট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
56 নং শাৰী:
[[File:শিলঘাটৰ পৰা দৃশ্যমান হোৱা ব্ৰহ্মপুত্ৰ.jpg|thumb|right|<center>শিলঘাটৰ পৰা দৃশ্যমান হোৱা ব্ৰহ্মপুত্ৰ নদী</center>]]
'''শিলঘাট''' ({{lang-en|Silghat}}) হৈছে [[অসম]]ৰ [[নগাঁও]] জিলাৰ অন্তৰ্গত আৰু [[ব্ৰহ্মপুত্ৰ]]ৰ দক্ষিণ পাৰত অৱস্থিত এখন চহৰ। নগাঁও চহৰৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৫২ কিলোমিটাৰ। শিলঘাটত থকা অন্যতম আকৰ্ষণীয় ঠাইসমূহ হৈছে [[হাতীমূৰা মন্দিৰ]], [[কামাখ্যা]] দেৱালয়, ত্ৰিশূলধাৰী মন্দিৰ, সামন্তগিৰি আদি। শিলঘাটত এটি মৰাপাটৰ কলো আছে।
 
==পৰিবহণ==
শিলঘাটৰ নিকতৱৰ্তী বিমানবন্দৰটো তেজপুৰৰ পৰা দহ কিলোমিটাৰ নিলগৰ [[তেজপুৰ বিমানবন্দৰ|শালনী]]ত আছে। যাতায়াতৰ বাবে শিলঘাট টাউন ৰে'লৱে ষ্টেছনো আছে। [[ধুবুৰী]] - শিলঘাট টাউন ৰাজ্য ৰাণী এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ আৰু [[গুৱাহাটী]] - শিলঘাট টাউন যাত্ৰীবাহী এইটো ষ্টেছনৰ পৰা চলাচল কৰা ট্ৰেইন। চহৰৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাঁইপথটো পাৰ হৈ গৈছে।
 
==শ্ৰীশ্ৰী কামাখ্যা দেৱালয়==
Line 67 ⟶ 64:
==অসম সমবায় মৰাপাট কল==
অসম সমবায় মৰাপাট কল (The Assam Co-operative Jute Mills Ltd.) হৈছে শিলঘাটত থকা মৰাপাট-উৎপাদনৰ কাৰখানা। সমবায় পদ্ধতিৰে কাৰ্যক্ষম হৈ থকা এইটোৱেই হৈছে ভাৰতৰ একমাত্ৰ কল। ১৯৫৯ চনত এই কলটি "অসম সমবায় সমাজ আইন" (Assam Co-operative Societies Act) পঞ্জীভুক্ত কৰা হৈছিল আৰু অনেক বাধা-সংগ্ৰাম অতিক্ৰম কৰি এই কলটো ১৯৭০ চনত কাৰ্যক্ষম কৰি তোলা হয়। প্ৰাৰম্ভিক পৰ্যায়ত এই কলটোত ১ কোটি ৫০ লাখ টকা বিনিয়োগ কৰা হৈছিল। চৌধ্য বছৰ ধৰি প্ৰতিকূল বতৰৰ মাজত চলি থকাৰ পাছত ১৯৮৪ চনৰ মাৰ্চত কলটো বন্ধ কৰি দিব লগা হৈছিল। বিত্তীয় অচলাৱস্থা আৰু আন কেতবোৰ আন্তঃগাঁঠনিজড়িত সমস্যাও ইয়াৰ মূল কাৰণ আছিল। প্ৰায় দুবছৰ ধৰি এই কলটো বন্ধ হৈ আছিল। ১৯৮৬ চনৰ জানুৱাৰী মাহত কলটো [[অসম চুক্তি]]ৰ আধাৰত পুনৰ কাৰ্যক্ষম কৰি তোলা হ'ল। এইবাৰ কেন্দ্ৰত থকা চৰকাৰে বিত্তীয় অনুদান আগবঢ়ালে। লগতে ৰাজ্য চৰকাৰেও সহায় কৰিলে। কিন্তু ইয়াৰ পাছতো বিত্তীয় অৱস্থা সন্তোষজনক হৈ নুঠিল আৰু আয় আৰু খৰচৰ মাজত একধৰণৰ অসমতাই গা কৰি উঠিল। অৱশেষত নীৰৱচ্ছিন্ন চেষ্টাৰ ফলত ১৯৯২-৯৩ চনৰ পৰা এই কলটোৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'বলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছৰ পৰা মৰাপাটৰ কলটোৱে ধাৰাবাহিকভাৱে ইতিবাচক আৰ্থিক প্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান ইয়াৰ বিত্তীয় অৱস্থা সুস্থিৰ।<ref name="মৰাপাট">{{cite web | url=https://nagaon.gov.in/about-us/detail/the-assam-co-operative-jute-mills-ltd | title=The Assam Co-operative Jute Mills Ltd. | accessdate=18 September 2020}}</ref>
 
==পৰিবহণ==
শিলঘাটৰ নিকতৱৰ্তী বিমানবন্দৰটো তেজপুৰৰ পৰা দহ কিলোমিটাৰ নিলগৰ [[তেজপুৰ বিমানবন্দৰ|শালনী]]ত আছে। যাতায়াতৰ বাবে শিলঘাট টাউন ৰে'লৱে ষ্টেছনো আছে। [[ধুবুৰী]]আলিপুৰদুৱাৰ - শিলঘাট টাউন ৰাজ্য ৰাণী এক্সপ্ৰেছ, নগাঁও এক্সপ্ৰেছ আৰু [[গুৱাহাটী]] - শিলঘাট টাউন ডেমু যাত্ৰীবাহী এইটো ষ্টেছনৰ পৰা চলাচল কৰা ট্ৰেইন। চহৰৰ মাজেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাঁইপথটো পাৰ হৈ গৈছে।
 
==শিলঘাট মাল্টিমোডেল নৌপথ টাৰ্মিনেল==
"https://as.wikipedia.org/wiki/শিলঘাট"ৰ পৰা অনা হৈছে