গোবিন্দ বল্লভ পণ্ট: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{ref improve}}
{{infobox writer
| name = গোবিন্দ বল্লভ পণ্ট
| image = Pandit_Govind_Ballabh_Pant.jpg
| imagesize = 200px
| alt =
| caption =
| pseudonym =
| birth_name =
| birth_date = ১০ চেপ্তেম্বৰ, ১৮৮৭ চন
| birth_place = [[খুঁটগাঁও]], [[আলমোড়া]], [[উত্তৰ প্ৰদেশ]]
| death_date = ১৯৬১
| death_place =
| resting_place =
| occupation = ওকালতি
| language = [[হিন্দী]]
| nationality = [[ভাৰত|ভাৰতীয়]]
| ethnicity =
| citizenship = {{flag|ভাৰত}}
| education = স্নাতক, আইনৰ স্নাতক
| alma_mater =
| period =
| genre =
| subject =
| movement =
| notableworks =
| spouse =
| partner =
| children =
| relatives =
| influences =
| influenced =
| awards = [[ভাৰত ৰত্ন বঁটা]] (১৯৫৭)
| signature =
| signature_alt =
| website =
}}
'''গোবিন্দ বল্লভ পণ্ট''' (''{{lang-en|Govind Ballabh Pant}}''); (১৮৮৭-১৯৬১) ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ [[ভাৰত]] চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।<ref name="গোবিন্দ বল্লভ পণ্ট">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৩০,৩১}}</ref>
 
==জন্ম আৰু শিক্ষা==
[[File:Govind Ballabh Pant dawn - IMG 2053.JPG|thumb|220pxupright|ভাৰতৰ সংসদ ভৱনৰ ওচৰত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি]]
[[File:Statue of Govindballabh Pant, at Mall Road, Nainital.jpg|thumb|220pxupright|নাইনিতালৰ মল ৰ'ডত স্থাপন কৰা গোবিন্দ বল্লভ পণ্টৰ প্ৰতিমূৰ্তি]]
গোবিন্দ বল্লভ পণ্টৰ জন্ম হয় ১৮৮৭ চনৰ ১০ ছেপ্তেম্বৰ তাৰিখে, [[উত্তৰ প্ৰদেশ]]ৰ [[আলমোড়া]] জিলাৰ খুঁট নামৰ গাঁৱত। তেওঁৰ পিতৃ আছিল '''মনোৰথ পণ্ট'''।পণ্ট। সৰুকালৰ শিক্ষা তেওঁ মোমায়েকৰ ঘৰতে থাকি লাভ কৰিছিল। ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ [[এলাহাবাদ]] ম্যোৰ চেণ্ট্ৰেল কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। সৰুতে তেওঁক গোখলেৰ মৰ্মস্পৰ্শী ভাষণে মুগ্ধ কৰে আৰু তেতিয়াৰে পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছলৈ মন ঢাল খায়। তেতিয়াই তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ কেতিয়াও [[বৃটিছব্ৰিটিছ]]ৰ তলত চাকৰি নকৰে। ইয়াৰ পিছত তেওঁ আইনৰ পৰীক্ষা দি ১৯০৯ চনত উত্তীৰ্ণ হয়। আইন পৰীক্ষা পাছ কৰি পোনতে তেওঁ আলমোড়াত আইন ব্যৱসায় কৰিছিল আৰু তাৰ পিছত [[ৰাণীখত]], পিছলৈ [[কাশীপুৰ]]লৈ যায়। [[নাইনিতাল]]ত ওকালতি কৰাৰ পিছত তেওঁৰ যশস্যা কেউফালে বিয়পি পৰে।<ref name="গোবিন্দ বল্লভ পণ্ট"/>
 
 
==ৰাজনৈতিক জীৱন==
Line 48 ⟶ 47:
 
==পুৰস্কাৰ প্ৰাপ্ত বঁটা==
* ভাৰত-ৰত্ন বঁটা, (১৯৫৭ চন)
 
==মৃত্যু==
এই ৰাজনীতিজ্ঞ পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ দেহাৱসান ঘটে ১৯৬১ চনত।
 
 
==তথ্য সংগ্ৰহ==
{{Reflist}}
 
 
==বাহ্যিক সংযোগ==
*{{Commons category inline|Govind Ballabh Pant|গোবিন্দ বল্লভ পণ্ট}}
*[http://www.peopleforever.org/nfhomepage.aspx?nfid=2063 View Profile/Photos and Videos of Govind Ballabh Pant]
*[http://www.gbpuat.ac.in Govind Ballabh Pant University of Agriculture and Technology, named in his honor]
Line 65 ⟶ 62:
*[http://www.gbpec.net Govind Ballabh Pant Engineering College, named in his honor]
*[http://www.archive.org/details/ForestProblemsKumaon Text of a 1922 book by Pant, ''Forest problems in Kumaun''] via [[archive.org]]
{{Indian independence movement}}
{{Bharat Ratna}}
 
{{ভাৰত ৰত্ন|state=expanded}}
{{Authority control|VIAF=15567276}}
{{Persondata <!-- Metadata: see [[Wikipedia:Persondata]]. -->
 
| NAME = Pant, Govind Ballabh
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]
| ALTERNATIVE NAMES =
[[শ্ৰেণী:মৃত ব্যক্তি]]
| SHORT DESCRIPTION =
[[শ্ৰেণী:ভাৰতৰ স্বাধীনতা সংগ্ৰামী]]
| DATE OF BIRTH = September 10, 1887
| PLACE OF BIRTH = Khoont-Dhaamas village, [[Almora]], <br />[[North-Western Provinces]]
| DATE OF DEATH = March 7, 1961
| PLACE OF DEATH = [[Uttar Pradesh]]
}}
[[শ্ৰেণী:ভাৰত ৰত্ন বঁটা বিজয়ী]]
[[শ্ৰেণী:ভাৰতৰ ব্যক্তি]]