ৰাসায়নিক অভিযান্ত্ৰিকী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
No edit summary
1 নং শাৰী:
{{অনুবাদ}}
[[Image:Colonne distillazione.jpg|thumb|right|250px|ৰাসায়নিক অভিযন্তাসকলে কাৰখানাসমূহ ডিজাইন, নিৰ্মাণ আৰু পৰিচালিত কৰে]]
 
'''ৰাসায়নিক অভিযান্ত্ৰিকী''' ({{lang-en|Chemical Engineering}}, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান ([[ৰসায়ন বিজ্ঞান]] আৰু [[পদাৰ্থ বিজ্ঞান]]), জৈৱ বিজ্ঞান ([[জীৱবিজ্ঞান]], [[অণুজীৱবিজ্ঞান]], [[জৈৱৰসায়নজৈৱ ৰসায়ন]])ৰ সতে [[গণিতবিদ্যা]] আৰু [[অৰ্থনীতি]]ৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ, শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ [[নেন'প্ৰযুক্তি]], [[ইন্ধন কোষ]] আৰু [[জৈৱ অভিযান্ত্ৰিকী]] বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়।
[[Image:Colonne distillazione.jpg|thumb|right|250px|Chemical engineers design, construct and operate plants.]]
 
'''ৰাসায়নিক অভিযান্ত্ৰিকী''' ({{lang-en|Chemical Engineering}}, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান ([[ৰসায়ন বিজ্ঞান]] আৰু [[পদাৰ্থ বিজ্ঞান]]), জৈৱ বিজ্ঞান ([[জীৱবিজ্ঞান]], [[অণুজীৱবিজ্ঞান]], [[জৈৱৰসায়ন]])ৰ সতে [[গণিতবিদ্যা]] আৰু [[অৰ্থনীতি]]ৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ,শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ [[নেন'প্ৰযুক্তি]], [[ইন্ধন কোষ]] আৰু [[জৈৱ অভিযান্ত্ৰিকী]] বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়।
 
==Etymology==
[[File:Davis GE.jpg|thumb|150px|জৰ্জ ই.ডেভিচ্‌]]
 
১৯৯৬ৰ ''ব্ৰিটিচব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্স''ত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত [[ছালফিউৰিক এচিড]] উৎপাদন সম্পৰ্কত [[ৰাসায়নিক অভিযান্ত্ৰিকী]]ৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে [[জৰ্জ ই. ডেভিছ]] , এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়। ''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল। ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত '[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।
হয়। ''দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্ : এন্ এনচাইক্লোপিডিয়া''ত ১৮৯০ চনত উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী',য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়,শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল। ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ্ত'[[ৰাসায়নিক অভিযন্তা]]'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।
 
 
==ইতিহাস==
<!-- {{main|:en:History of chemical engineering}} -->
ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা '[[ইউনিট অপাৰেচন]]'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল। প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত। ১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল। ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয়। কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা [[মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্‌ন'ল'জী]] (এম্.আই.টি), মানচেষ্টাৰৰ অৱেন কলেজ, ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল।
 
[[File:MIT Industrial Chemistry Lab.gif|thumb|Students inside an industrial chemistry laboratory at MIT.|left|250px]]
 
[[File:MIT Industrial Chemistry Lab.gif|thumb|এম্.আই.টি.-ৰ ঔদ্যোগিক ৰসায়ন পৰীক্ষাগাৰৰত বিদ্যাৰ্থীসকল|left|250px]]
১৮৮৮ চনৰ পৰা লেৱিছ এম্. নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰে। নৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিল। দুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল। "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিল। [[ইউনিট অপাৰেচন]] বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰে। ১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰে। ১৯০৮ চনত প্ৰতিস্থিত এমেৰিকানআমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হ্য়হয় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে। একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয়। এই প্ৰতিষ্ঠানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।
 
<!-- ===New concepts and innovations===
By the 1940s, it became clear that unit operations alone was insufficient in developing [[chemical reactor]]s. While the predominance of unit operations in chemical engineering courses in Britain and the United States continued until the 1960s, [[Transport phenomena (engineering & physics)|transport phenomena]] started to experience greater focus.{{sfn|Cohen|1996|p=185}} Along with other novel concepts, such [[process systems engineering]] (PSE), a "second paradigm" was defined.{{sfn|Ogawa|2007|p=2}}{{sfn|Perkins|2003|p=29}} Transport phenomena gave an [[systems analysis|analytical]] approach to chemical engineering{{sfn|Perkins|2003|p=30}} while PSE focused on its synthetic elements, such as [[control system]] and [[Process design (chemical engineering)|process design]].{{sfn|Perkins|2003|p=31}} Developments in chemical engineering before and after [[World War II]] were mainly incited by the [[petrochemical industry]], {{sfn|Reynolds|2001|p=177}} however, advances in other fields were made as well. Advancements in [[biochemical engineering]] in the 1940s, for example, found application in the [[pharmaceutical industry]], and allowed for the [[mass production]] of various [[antibiotic]]s, including [[penicillin]] and [[streptomycin]].{{sfn|Perkins|2003|pp=32–33}} Meanwhile, progress in [[polymer science]] in the 1950s paved way for the "age of plastics".{{sfn|Kim|2002|p=7S}}
 
===Safety and hazard developments===
Concerns regarding the safety and environmental impact of large-scale chemical manufacturing facilities were also raised during this period. ''[[Silent Spring]]'', published in 1962, alerted its readers to the harmful effects of [[DDT]], a potent [[insecticide]]{{Citation needed|date=December 2011}}. The 1974 [[Flixborough disaster]] in the United Kingdom resulted in 28 deaths, as well as damage to a [[chemical plant]] and three nearby villages{{Citation needed|date=December 2011}}. The 1984 [[Bhopal disaster]] in [[India]] resulted in almost 4, 000 deaths {{Citation needed|date=December 2011}}. These incidents, along with [[List of industrial disasters|other incidents]], affected the reputation of the trade as [[industrial safety]] and [[environmental protection]] were given more focus.{{sfn|Kim|2002|p=8S}} In response, the IChemE required safety to be part of every degree course that it accredited after 1982. By the 1970s, legislation and monitoring agencies were instituted in various countries, such as [[France]], [[Germany]], and the United States.{{sfn|Perkins|2003|p=35}}
 
===Recent progress===
Line 125 ⟶ 121:
*[[Water technology]]
{{Col-end}}
-->
==তথ্য সংগ্ৰহ==
{{Reflist|25em}}
 
==গ্ৰন্থপঞ্জী==
==Bibliography==
{{refbegin|30em}}
*{{citation | url = http://www.aiche.org/About/WhoWeAre/Governance/Constitution.aspx | title = AIChE Constitution | author = American Institute of Chemical Engineers | date = 2003-01-17 | accessdate = 2011-08-13}}.