১১ নৱেম্বৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

105 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
(নিকাকৰণ বট পৰীক্ষা; Lachit SpellChecker ৰ সহায়ত)
No edit summary
 
 
==ঘটনাৰাজী==
#* ভাৰতৰ প্ৰথমজন কেন্দ্ৰীয় শিক্ষামন্ত্ৰী [[মৌলানা আবুল কালাম আজাদ]]ৰ জন্মদিন। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত [[ৰাষ্ট্ৰীয় শিক্ষা দিৱস]] হিচাপে পালন কৰা হয়।
#* আজিৰ দিনটোতে ১৯৬৬ চনত সাহিত্যিক [[ডিম্বেশ্বৰ নেওগ]]ৰ পৰলোক প্ৰাপ্তি ঘটে।
#* ১৯৭০ চনৰ আজিৰ দিনটোতে [[মহেন্দ্ৰ মোহন চৌধুৰী]]য়ে অসমৰ মুখ্যমন্ত্ৰী পদ অলংকৃত কৰে আৰু তেওঁ ১৯৭২ চনৰ ৩০ জানুৱাৰীলৈকে মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰে।
#* সাহিত্যিক [[ৰমা দাস]]ৰ মৃত্যু হয় আজিৰ দিনটোতে।
#* ৰাছিয়াৰ সাহিত্যিক [[ডষ্টযেভস্কিফিওদোৰ দস্তয়েভস্কি]]ৰ জন্ম হৈছিল ১৮২১ চনৰ আজিৰ দিনটোতে।
#* কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি [[ব্ৰহ্ম সমাজ]] প্ৰতিষ্ঠিত হয় ১৮৬৬ চনৰ আজিৰ দিনটোতে।
#* চৰকাৰীভাৱে [[প্ৰথম মহাসমৰবিশ্বযুদ্ধ]]ৰ সামৰণি পৰে ১৯১৮ চনৰ আজিৰ দিনটোতে আৰু অষ্ট্ৰিয়াত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু জাৰ্মানীয়ে পৰাজয় স্বীকাৰ কৰে।
#* অত্যাচাৰী, স্বেচ্ছাচাৰী শাসক [[হিটলাৰ]]ক গ্ৰেপ্তাৰ কৰা হয় ১৯২৩ চনৰ আজিৰ দিনটোতে।
#* ১৯৭৫ চনৰ আজিৰ দিনটোতে এংগোলা পৰ্তুগীজ শাসনৰ পৰা মুক্ত হয়।
#* [[মালদ্বীপ]] গণতন্ত্ৰত পৰিণত হয় ১৯৬৮ চনৰ আজিৰ দিনটোতে।
#* [[আকাশ টেবলেট]] হৈছে বৰ্তমান বিশ্বৰ সকলোতকৈ কম খৰচী তথা ভাৰত চৰকাৰ, আই আই টি ব’ম্বে আৰু ভাৰতীয় নিৰ্মাতা QUADৰ সহযোগত ব্ৰিটিচব্ৰিটিছ কোম্পানী ডাটাৱিণ্ডে নিৰ্মাণ কৰি উলিওৱা [[এণ্ড্ৰইড]] প্ৰযুক্তিৰ টেবলেটৰ এক শৃংখলা। ২০১২বৰ্ষৰ আজিৰ দিনটোতে "আকাশ-২" মুকলি কৰি দিয়া হয়, আকাশ-১ৰ তুলনাত আকাশ-২ ত ঊন্নত প্ৰচেচৰ, আৰু অধিক ৰেম যুক্ত। আকাশ-২ আই আই টি ৰাজস্থানৰ সহযোগত নিৰ্মাণ কৰা হৈছে।
 
== বাহ্যিক সংযোগ ==
{{commons|Category:11 November|১১ নৱেম্বৰ}}
* [http://news.bbc.co.uk/onthisday/hi/dates/stories/november/11 বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা]
----
{{Months}}
[[শ্ৰেণী:নৱেম্বৰ]]
[[শ্ৰেণী:ইংৰাজী বৰ্ষপঞ্জীৰ দিন]]
25,725

টা সম্পাদনা