হেমচন্দ্ৰ বৰুৱা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
No edit summary
1 নং শাৰী:
{{about|সাহিত্যিক, হেমকোষ অভিধানত প্ৰণেতাজন|অসমৰ3=হেম স্বাধীনতাবৰুৱা সংগ্ৰামীজনৰ(দ্ব্যৰ্থতা বিষয়েদূৰীকৰণ চাব|হেমচন্দ্ৰ বৰুৱা (ত্যাগবীৰপৃষ্ঠা)}}
{{infobox writer
| name = হেমচন্দ্ৰ বৰুৱা
| image = Hemchandra Barua.gif
| birth_date = ২৪ আঘোণ ১৮৩৫ চন<ref name=হেমচন্দ্ৰ বৰুৱা>{{cite web| url=https://prathamkhabar.com/2017/12/%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A7%B0-%E0%A6%93%E0%A6%9C%E0%A6%BE-%E0%A6%B9%E0%A7%87%E0%A6%AE%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0-%E0%A6%AC%E0%A7%B0%E0%A7%81%E0%A7%B1/|title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু দিৱস| accessdate=39 April 2020|}}</ref>
| birth_place = [[যোৰহাট জিলা|যোৰহাট]]
| death_date = ১৭ ব'হাগ ১৮৯৬ চন
| nationality = [[ভাৰত|ভাৰতীয়]]
| education =
| religion = [[হিন্দু ধৰ্ম]]
}}
'''হেমচন্দ্ৰ বৰুৱা''' ({{lang-en|Hemchandra Barua}}); (১৮৩৫-১৮৯৬) [[অসমীয়া ভাষা]]-[[অসমীয়অসমীয়া সাহিত্য|সাহিত্য]]ৰ এজন একনিষ্ঠ সেৱক।<ref>http://onlinesivasagar.com/literature/hemchandra-barua.html অনলাইন শিৱসাগৰ ৱেবছাইটত উল্লিখিত তথ্য</ref> '''অসমীয়া‘অসমীয়া ভাষাৰ ওজা'''ওজা’ নামেৰে সম্বোধিত হেমচন্দ্ৰ বৰুৱা, [[হেমকোষ]] [[অভিধান|অভিধানৰ]] প্ৰণেতা। তেওঁৰ মৃত্যুৰ পিছত ১৯০০ চনত [[হেমকোষ]] প্ৰকাশিত হয়।<ref name="হেমচন্দ্ৰ বৰুৱা">{{cite book | title=অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | publisher=অকণিৰ সাহিত্য সভা | author=নবীন চন্দ্ৰ লহকৰ | year=২০১২ | pages=৩}}</ref>
 
==জন্ম==
১৮৩৫ চনৰ ১০ ডিচেম্বৰত (১৭৫৭ শকৰ ২৪ আঘোণ) [[অসম|অসমৰ]] [[যোৰহাট জিলা|যোৰহাট জিলাৰ]] ৰজা-বাহৰ গাঁৱত জন্ম হৈছিল।
তেওঁৰ পিতৃৰ নাম আছিল '''মুক্তাৰাম বৰুৱা''' আৰু মাতৃৰ নাম আছিল '''ৰূপহী দেৱী'''।দেৱী। মুক্তাৰাম বৰুৱাৰ তিনিজন পুত্ৰ আৰু এজনী পুত্ৰী সন্তান আছিল। হেমচন্দ্ৰ বৰুৱা মুক্তাৰাম বৰুৱাৰ জ্যেষ্ঠ সন্তান আছিল।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)">{{cite book | title=ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা | author=গগণ চন্দ্ৰ অধিকাৰী | year=১০ ডিচেম্বৰ, ২০১১ (শনিবাৰ) | pages=৪}}</ref>
 
==শিক্ষাৰম্ভ তথা প্ৰাকযৌৱন==
হেমচন্দ্ৰ বৰুৱাৰ বিদ্যাৰম্ভ হৈছিল ৯ বছৰ বয়সত। দেউতাকে তেওঁক বৰ্ণমালা নিশিকোৱাকৈয়ে শব্দৰ আখৰ জোটনি শিকাইছিল আৰু তাৰ লগে লগে [[ব্যাকৰণ|ব্যাকৰণো]] পঢ়ুৱাইছিল। ব্যাকৰণৰ সন্ধিলৈকে শিকাৰ পাছতেই তেখেতে সেই শিক্ষাৰ অন্ত পৰে, কাৰণ সেইসময়তে তেওঁলোকৰ গাঁওখনত জহনী ৰোগে মহামাৰী ৰূপ ধাৰণ কৰাত পিতাকে গাঁৱৰ ৰোগীসকলৰ চিকিত্সাতচিকিৎসাত দিনে ৰাতিয়ে ব্যস্ত হৈ থাকি শেষত নিজেই সেই ৰোগত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।<ref>http://www.iitg.ernet.in/rcilts/phaseI/hem_b.html RCILTS, IIT, Guwahati ত হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে থকা তথ্য</ref> ফলত তেওঁ [[শিৱসাগৰ]]লৈ গৈ খুৰাক '''লক্ষ্মীৰাম বৰুৱা'''ৰবৰুৱাৰ ঘৰত থাকিবলগীয়া হয়। কিছুদিন পাছত লক্ষ্মীৰাম বৰুৱাই তেওঁক শিৱসাগৰ কাছাৰীত সুমুৱাই দিয়ে। তেতিয়া তেওঁ বেতন পাইছিল মাহে চাৰি [[টকা]]<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/> য'ত তেও কেপ্তেইন ব্ৰডীৰ সংস্পশলৈ আহে,যি সেই সময়ৰ শিৱসাগৰৰ ডেপুটী কমিচনাৰ আছিল। কেপ্তেইন ব্ৰডীয়ে আৰু খ্ৰীষ্টান মিছনাৰীসকলৰ সহায়ত তেওঁক ইংৰাজী ভাষা আৰু সংস্কৃতিৰ জ্ঞান দিছিল।
 
নানান প্ৰতিকূল পৰিস্থিতিক প্ৰত্যাহ্বান জনাই তেখেতে [[সংস্কৃত ভাষা|সংস্কৃত]], [[হিন্দী ভাষা|হিন্দী]] আৰু [[ইংৰাজী ভাষা]]ৰ জ্ঞান আহৰণ কৰিছিল।
 
==বিবাহ==
১৮৫২ চনত তেখেতে [[বিবাহ|বিয়া]] কৰাইছিল। এবছৰৰ পাছতে এজনী কন্যা সন্তান জন্ম লাভ কৰে। জীয়েকৰ নাম '''পদ্মাৱতী '''ৰাখিছিল। বিয়াৰ মাত্ৰ দুবছৰ পাছতেই তেখেতৰ পত্নীয়ে অকাল মৃত্যুক সাৱটি লয়।<ref name="অসমীয়া প্ৰতিদিন (এনাজৰী)"/>
 
==কৰ্ম জীৱন==
#* [[গোলাঘাট|গোলাঘাটৰ]] ৰাজহ বিভাগৰ পেচকাৰ পদত ৬ মাহৰ বাবে যোগদান।
#* শিৱসাগৰ ইংৰাজী স্কুলত কিছুদিন শিক্ষা প্ৰদান।
#* পুনৰ ৰাজহ বিভাগৰ চাকৰিত যোগদান। (১৮৬২ চনলৈকে)
#* [[গুৱাহাটী|গুৱাহাটীত]] ন্যায়িক আদালতৰ ভাষা অনুবাদক (কাকতী) হিচাপে যোগদান।
#* অধীক্ষক (চুপাৰিণ্টেডেণ্ট) পদলৈ পদোন্নতি লাভ।
#* [[কামৰূপ|কামৰূপৰ]] উপায়ুক্ত কাৰ্যালয়ত এবছৰ অনুবাদক পদত যোগদান।
#* ন্যায়িক আয়ুক্ত চাহাবৰ কাৰ্যালয়ত পুনৰ যোগদান।
#* কিছুকাল 'আছাম নিউজ' কাকতৰ সম্পাদক।
 
এইবোৰৰ উপৰিও তেখেতে অসমত মিশ্যেনেৰী সকলৰ দ্বাৰা প্ৰকাশিত [[অৰুণোদ‍ই সংবাদ পত্ৰ]]ৰ লগতো জড়িত হৈ আছিল। ১৮৯৬ চন(১৮১৮ শক)ৰ ১৭ ব'হাগ তাৰিখে তেখেতৰ মৃত্যু হয়।
 
==প্ৰকাশিত পুথি==
52 নং শাৰী:
 
== বাহ্যিক সংযোগ ==
{{Wikisource author|হেমচন্দ্ৰ বৰুৱা}}
* [[কানীয়াৰ কীৰ্ত্তন]], ৱিকিউৎসত থকা গ্ৰন্থ।
* [http://www.indiaheritage.org/history/history_assam.htm indiaheritage.org]
 
Line 58 ⟶ 59:
 
[[শ্ৰেণী:অসমৰ ব্যক্তি]]
[[শ্ৰেণী:মৃত ব্যক্তি]]
[[শ্ৰেণী:অসমীয়া প্ৰবন্ধকাৰ]]
[[শ্ৰেণী:অসমীয়া ভাষাবিদ]]