ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২১/ভাল প্ৰবন্ধ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নতুন পৃষ্ঠা: <!-- '''ইয়াত বিতংকৈ পঢ়ক''' যোৱা মাহৰ ভাল প্ৰবন্ধ ''কুশল কোঁৱৰ শ...
 
No edit summary
 
1 নং শাৰী:
[[File:Amitav Ghosh by Gage Skidmore.jpg|thumb|150px|অমিতাভ ঘোষ]]
<!--
'''অমিতাভ ঘোষ'''(জন্ম ১১ জুলাই ১৯৫৬) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, প্ৰবন্ধকাৰ‎ তথা শিক্ষাবিদ। তেওঁ ইংৰাজী ভাষাত ৰচিত কল্প-সাহিত্যৰ বাবে বিশেষভাবে পৰিচিত। ১৮৩০ৰ দশকৰ প্ৰথম আফিং যুদ্ধৰ পটভূমিত ৰচিত তিনিখন উপন্যাসৰ 'আইবিচ ত্ৰিলজী' শৃঙ্খলা বাবে তেওঁ জনপ্ৰিয়। তেওঁৰ সাহিত্যকৃতিৰ বাবে সাহিত্য অকাডেমি বঁটা, পদ্মশ্ৰী, জ্ঞানপীঠ বঁটাৰ লগতে আন বহুতো বঁটাৰে তেওঁ সন্মানিত। ইংৰাজীৰ ভাষাৰ সাহিত্যৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ প্ৰথমজন সাহিত্যিক।
 
তেওঁ ভাৰতৰ লগতে বাংলাদেশ আৰু শ্ৰীলংকাত তেওঁৰ শৈশৱ আৰু কৈশোৰ কাল পাৰ কৰিছিল। তেওঁ ডেৰাডুনৰ দ্য ডুন স্কুল নামৰ এক বালক বৰ্ডিং স্কুলৰ পৰা শিক্ষা গ্ৰহণ কৰে। বিদ্যালয়ত তেওঁৰ সহপাঠী আছিল লেখক বিক্ৰম শেঠ আৰু ইতিহাসবিদ ৰাম গুহ। স্কুলত থাকোঁতে, তেওঁ নিয়মীয়াকৈ বিদ্যালয়ৰ কাকত 'দ্য ডুন স্কুল ৱিকলী'ত (সেইসময়ত যাক সম্পাদনা কৰিছিল বিক্ৰম শেঠে) কল্পকাহিনী আৰু কবিতাত লিখিছিল আৰু ৰাম গুহৰ সৈতে মিলি 'হিষ্টৰি টাইমছ' নামৰ আলোচনিখন প্ৰতিষ্ঠা কৰিছিল।
[[-অমিতাভ ঘোষ|'''ইয়াত বিতংকৈ পঢ়ক''']]
 
 
যোৱা মাহৰ ভাল প্ৰবন্ধ ''কুশল কোঁৱৰ শৰ্মা''ৰ বিষয়ে [[কুশল কোঁৱৰ শৰ্মা|'''ইয়াত বিতংকৈ পঢ়িব পাৰে...''']]
-->