ব্ৰহ্মাণ্ড পুৰাণ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 বাইট বিলোপ কৰা হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল)
No edit summary
 
[[চিত্ৰ:Adhyatma_Ramayana_verses_1.1_–_1.14,_Brahmanda_Purana_Raghunath_Hindu_temple_library,_Sanskrit,_Devanagari_lipi.jpg|thumb|222x222px|[[সংস্কৃত ভাষা]]ৰ ব্ৰহ্মাণ্ড পুৰাণ পাণ্ডুলিপিত আধ্যাত্ম ৰামায়ণৰ শ্লোক ১.১ – ১.১৪]]
'''ব্ৰহ্মাণ্ড পুৰাণ''' (সংস্কৃত{{Lang-en|Brahmāṇḍa :Purāṇa}}; {{Lang-sa|ब्रह्माण्ड पुराण, Brahmāṇḍa Purāṇa}}) :'''হৈছে [[বেদব্যাস|মহৰ্ষি বেদব্যাস]] প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দুধৰ্মৰ[[হিন্দু ধৰ্ম]]ৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত “ব্ৰহ্মাণ্ড পুৰাণ” অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক “বায়বীয় পুৰাণ” বা “বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত।
 
==ইতিহাস==
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু। এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়।<ref>ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০</ref> ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে। পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল। তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত।
 
{{Quote box
|quote = শ্লোকটি হ’ল :
<poem>
'''সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী। '''
'''পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ॥'''
 
উৎস : ''ব্ৰহ্মাণ্ড পুৰাণ''
(২||১৬||৪৩)
</poem>
অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।
|bgcolor=#FCE0FC
|align = right
|width=250px
}}
 
 
==তথ্য সংগ্ৰহ==
{{ৰেফলিষ্ট}}
 
[[শ্ৰেণী:হিন্দু ধৰ্ম গ্ৰন্থ]]
25,725

টা সম্পাদনা