সম্পাদনা সাৰংশ নাই
([বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল) |
SlowPhoton (আলোচনা | বৰঙণি) No edit summary |
||
[[চিত্ৰ:Adhyatma_Ramayana_verses_1.1_–_1.14,_Brahmanda_Purana_Raghunath_Hindu_temple_library,_Sanskrit,_Devanagari_lipi.jpg|thumb|222x222px|[[সংস্কৃত ভাষা]]ৰ ব্ৰহ্মাণ্ড পুৰাণ পাণ্ডুলিপিত আধ্যাত্ম ৰামায়ণৰ শ্লোক ১.১ – ১.১৪]]
'''ব্ৰহ্মাণ্ড পুৰাণ''' (
==ইতিহাস==
ব্ৰহ্মাণ্ডৰ বিষয়ে থকা বৰ্ণনাই হ’ল ব্ৰহ্মাণ্ড পুৰাণৰ সাৰ বস্তু। এয়া অতি পুৰাতন আৰু এয়া সমস্ত শাস্ত্ৰৰ পূৰক, সেইবাবেই ইয়াক ব্ৰহ্মাণ্ড পুৰাণ বোলা হয়।<ref>ব্ৰহ্মাণ্ড পুৰাণ | প্ৰথম অধ্যায় | পৃষ্ঠা : ৭ | অসমীয়া গদ্যৰূপ (লেখক) : সুৰেন্দ্ৰ কুমাৰ দাস | আহৰণ কৰা হৈছে=১৩ মে ২০২০</ref> ই প্ৰায় ১২০০০ শ্লোকেৰে প্ৰণিত হৈছে। পণ্ডিতসকলে ইয়াকো ক’ব বিচাৰে যে গোদাবৰী নদীৰ অববাহিকা অঞ্চলত এই পুৰাণ ৰচিত হৈছিল। তেওঁলোকে এই তথ্যৰ সত্যতা প্ৰতিপন্ন কৰিব বিচাৰে ব্ৰহ্মাণ্ড পুৰাণত উল্লিখিত এক শ্লোকৰ ভিত্তিত।
{{Quote box
<poem>
'''সহ্যস্য চেণ্ডেৰান্তেষু যত্ৰ গোদাবৰী নদী। '''
'''পৃথিব্যাসপি কৃৎস্নায়াং স প্ৰদেশো মনোৰমঃ॥'''
(২||১৬||৪৩)
</poem>
অৰ্থাৎ সহ্য পৰ্বতৰ উত্তৰ দিশত প্ৰৱাহিত হৈ থকা গোদাবৰী নদীৰ পাৰৰ প্ৰদেশেই হ’ল অতি মনোৰম অঞ্চল।
|width=250px
}}
==তথ্য সংগ্ৰহ==
{{ৰেফলিষ্ট}}
[[শ্ৰেণী:হিন্দু ধৰ্ম গ্ৰন্থ]]
|