ঊষা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
7 নং শাৰী:
 
বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক [[হৰি-হৰ যুদ্ধ]] বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।<ref name="ani" />
 
==পুনৰজন্ম==
[[শিৱ পুৰণা]]ৰ মতে, ঊষা আৰু অনিৰুদ্ধ পৰৱৰ্তী জীৱনত [[বেউলা]] আৰু [[লখিন্দৰ]] ৰূপে পুনৰজন্ম লৈছিল আৰু ইজনে সিজনক পুনৰ বিবাহ কৰিছিল।<ref>{{Cite book|last=McDaniel|first=June|url=https://books.google.com/books?id=d21MCAAAQBAJ&q=behula+lakhindar+usha&pg=PT51|title=Offering Flowers, Feeding Skulls: Popular Goddess Worship in West Bengal|date=2004-08-05|publisher=Oxford University Press|isbn=978-0-19-029056-6|language=en}}</ref>
 
==চিত্ৰ বিথিকা==
"https://as.wikipedia.org/wiki/ঊষা"ৰ পৰা অনা হৈছে