ডেনিয়েল ডিফো: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

1 নং শাৰী:
 
{{Infobox writer
|name=ডেনিয়েল ডিফো <br/> (Daniel Defoe)
|image=Daniel Defoe Kneller Style.jpg
|caption=ডেনিয়েল ডিফো
Line 11 ⟶ 10:
|occupation=লেখক, সাংবাদিক, ব্যৱসায়ী
|genre=দুঃসাহসিক
|spouse=মেৰী টাফ্‌লি
}}
'''ডেনিয়েল ডিফো''' ([[ইংৰাজী]] : {{Lang-en|Daniel Defoe}}) :'''হৈছে ১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্ম গ্ৰহণ কৰা ডেনিয়েল ডিফো একাধাৰেএগৰাকী সাহিত্যিক, সাংবাদিক, ৰাজনীতিবিদ, ব্যৱসায়ী, চোৰাংচোৱা আৰু অৰ্থনীতিবিদ আছিল।অৰ্থনীতিবিদ।<ref name="deniel">{{cite web||title=Daniel Defoe|url=https://www.biography.com/.amp/writer/daniel-defoe|website=biography.com|author=|accessdate=৩০ মে ২০২০}}</ref> তেওঁৰ বিখ্যাত উপন্যাসসমূহৰ ভিতৰত '[[ৰবিনছন ক্ৰুছো]]'ই তেওঁক অমৰ কৰি ৰাখিছে।<ref name="deniel" />
 
== জন্ম পৰিচয়==
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত তেওঁৰ জন্ম হয়। ডেনিয়েল ডিফোৰ দেউতাকৰ নাম আছিল জেমছ্‌ ফ’ ({{Lang|en|James Foe}})।<ref name="deniel" /> তেওঁৰ জন্মসূত্ৰে তথা প্ৰকৃত নাম আছিল ডেনিয়েল ফ’ ({{Lang|en|Daniel Foe}})। তেওঁ ১৬৮৪ চনত এজন ধুনীধনী সদাগৰৰ জীয়েক মেৰী টাফ্‌লিক বিয়া কৰায়। ডেনিয়েল ডিফোৰ বয়স ১০ বছৰ হওঁতে তেওঁৰ মাক আনি ফ’ ({{Lang|en|Annie Foe}}) -ৰ মৃত্যু হয়।<ref>{{cite web|title=Education, marriage, and early career |url=https://www.notablebiographies.com/amp/De-Du/Defoe-Daniel.html |website=Notablebiographies.com |accessdate=৩০ মে ২০২০}}</ref>
 
== কৰ্মজীৱন ==
ডেনিয়েল ডিফোই ধৰ্মযাজক হ’বলৈ শিক্ষাগ্ৰহণ কৰিলেও ১৬৮৩ চনৰ পৰা তেওঁ সদাগৰৰ পেচাতহে মনোনিৱেশ কৰে। অধিক দক্ষ ব্যৱসায়ী আৰু সময়তকৈ আগবঢ়া অৰ্থনীতিবিদ হিচাপে খ্যাতি অৰ্জন কৰিলেও তেওঁ বহুবাৰ দেউলীয়া হ’বলগীয়া হৈছিল। তেওঁৰ নিজৰ ভাষাৰে -:
<blockquote>“কোনো লোকেই মোতকৈ বেছি ভাগ্যৰ পৰিৱৰ্তনৰ সোৱাদ পাই পোৱা নাই। জীৱনত তেৰ বাৰ মই ধনী আৰু দুখীয়া হৈছোঁ”<ref group="টোকা" name="footnoteA">ডেনিয়েল ডিফোৰ 'ৰবিনছন ক্ৰুছো', অনুবাদ : চিন্তাহৰণ পাটগিৰি</ref></blockquote>
 
ব্যৱসায়ৰ দৰে ডিফোৱে ৰাজনৈতিক জীৱনটো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে আৰু বিদ্ৰোহত যোগ দি পুস্তিকা ৰচনা কৰি উলিয়ায়। ১৭১৪ চনত প্ৰথম জৰ্জ ৰাজপাতত বহাত ডিফোৱে তেওঁৰ পৰা সহায় সঁহাৰি পায় আৰু তেতিয়াই ১৭১৫ চনত [[দাদ্য ফেমেলি ইন্সট্ৰাক্টৰ]] ({{Lang|en|The Family Instructor}}) নামৰ বিখ্যাত পুথিখন লিখে। কিন্তু ১৯১৭ চনত ৰচনা কৰা উপন্যাস [[ৰবিনচন ক্ৰুছো]]ইহে তেওঁক অমৰ কৰি ৰাখিছে। জাৰ্মান সমালোচক এগৰাকীয়ে এই পুথিক 'বিশ্বৰ গ্ৰন্থ' (“The{{Lang|en|The World Book”Book}}) আখ্যা দিছে।<ref name="footnoteA" group="টোকা" />
 
ইয়াৰ পাছত ১৭২২ চনত ডিফোৰ {{Lang|en|Moll Flanders}}, {{Lang|en|A Journal of the Plugue Year}} আৰু {{Lang|en|Colonel Jack}} নামৰ তিনিখন বিখ্যাত উপন্যাস প্ৰকাশ পায়। ১৭২৪ চনত তেওঁ তেওঁৰ শেষ মূল্যবান উপন্যাস {{Lang|en|Roxana}} প্ৰকাশ কৰে। তেওঁৰ শ্ৰেষ্ঠ ৰচনাৰাজিৰ বাবে ডিফোক ইংৰাজী উপন্যাস আৰু আধুনিক সাংবাদিকৰ পিতৃ আখ্যা দিয়া হয়।<ref name="footnoteA" group="টোকা" />
 
== মৃত্যু ==
১৬৬০ চনত ইংলেণ্ডৰ ৰাজধানী লণ্ডনত জন্মগ্ৰহণ কৰা ডেনিয়েল ডিফো (Daniel Defoe) -ৰডিফোৰ মৃত্যু হয় লণ্ডনত ১৭৩১ চনৰ ২৪ এপ্ৰিল তাৰিখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।<ref name="deniel" />
 
== গ্ৰন্থসমূহ ==
#* The Family Instructor
#* [[ৰবিনছন ক্ৰুছো]]
#* Moll Flanders
#* A Journal of Plague year
#* Colonel Jack
#* Roxana
 
== লগতে চাওক ==
 
# [[ৰবিনছন ক্ৰুছো]]
 
==টোকা==
{{Reflist|group=টোকা}}
== তথ্য সংগ্ৰহ ==
{{reflist}}
 
[[শ্ৰেণী:যুক্তৰাজ্যৰ ব্যক্তি]]
== বাহ্যিক সংযোগ ==
[[শ্ৰেণী:মৃত ব্যক্তি]]
# [https://www.pdfdrive.com/search?q=Daniel+Defoe&pagecount=&pubyear=&searchin= Pdfdrive.com]
 
[[শ্ৰেণী:সাহিত্যিক]]
[[শ্ৰেণী:সাংবাদিক]]