কুশল কোঁৱৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
1 নং শাৰী:
'''কুশল কোঁৱৰ''' হ'ল [[ভাৰতৰ স্বাধীনতস্বাধীনতা সংগ্ৰামতআন্দোলন]]ত জঁপিয়াই পৰি ফাঁচিকাঠ বৰণ কৰা [[অসম]]ৰ শেহৰজন ছহীদ হ’ল কুশল কোঁৱৰ [[গোলাঘাট]] জিলাৰ ঘিলাধাৰী মৌজাৰ চাওদাং চাৰি আলিত জন্ম গ্ৰহণ কৰা কোঁৱৰে হাইস্কুলীয়া অৱস্থাতে আন্দুলনতআন্দোলনত নামি স্কুল ত্যাগ কৰে । ১৯২৫ চনত তেওঁ ৰেংমাই প্ৰাথমিক বিদ্যালয় স্থাপন কৰি প্ৰধান শিক্ষকৰ দায়িত্ব দুবছৰ চম্ভালি বালিজান বাগিচাত সোমায় । স্বাধীনতাৰ লগতে কানি আৰু অস্পৃশ্যতা বৰ্জন আন্দোলনত নামি পৰা বাগিচাৰ কাম ত্যাগ কৰে সামাজিক কাম কৰাৰ স্বাৰ্থত । গোলাঘাট জিলা কংগ্রেছৰ[[কংগ্রেছ]]ৰ সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰা কুশল কোঁৱৰে অহিংস আন্দুলনতআন্দোলনত সদাইসদায় গুৰুত্ব দিছিল আৰু হিংসাত্মক পন্থাত তেওঁ অবিশ্বাসী আছিল যদিও। কিন্তু সৰুপথাৰৰ ৰেল দুৰ্ঘটনা ঘটোৱা দলৰ দলপতি বুলি তেওঁক ১৯৪২ ৰ তিনি নৱেম্বৰত গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে বিচাৰ চলিল আৰু দুৰ্ঘটনাৰ এক নম্বৰ আছামী বুলি অভিহিত কৰি মৃত্যুদণ্ডৰ হুকুম বিহা হয় । ১৯৪৩ চনৰ ১৫ জুনৰ পুৱা কুশল কোঁৱৰক ফাঁচী দিয়া হয় ।
 
 
[[শ্ৰেণী:অসমৰ সুপ্ৰসিদ্ধ মানুহ]]
[[শ্রেণী:জীৱনী]]