এলনৱিক গাৰ্ডেন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

বাক্য গাঁথনি
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
1 নং শাৰী:
{{Cleanup-translation}}
'''এলনৱিক গাৰ্ডেন''' বা '''এলনৱিক বাগিচা''' ({{lang-en|Alnwick Poison Garden}}) ইংলেণ্ডৰ নৰ্থাম্বাৰলেণ্ডৰ এলনৱিক চহৰৰ এলনৱিক কাচলৰ সংলগ্ন এখন আনুষ্ঠানিক উদ্যান। ডিউকচ্ অৱ নৰ্থাম্বাৰলেণ্ডৰ অধীনত থকা এই উদ্যানবোৰৰ বহুতো ইতিহাস জড়িতহৈ আছে। একবিংশ শতিকাৰ পুনৰুদ্ধাৰৰ আৰম্ভণিতে এইবোৰ জীৰ্ণশীৰ্ণ অৱস্থাতে আছিল। এতিয়া বাগিচাখনত কেন্দ্ৰীয়ত পানীৰ ঝৰণাৰ লগতে বিভিন্ন ধৰণৰ উদ্ভিদ সজোৱা হৈছে।
 
এলনৱিক বাগিচাখন সৰু যদিও মাৰাত্মক বিষাক্ত বাগিচা। এই বাগিচাখনত প্ৰায় ১০০ বিধ বিষাক্ত, নিচাজাতীয় উদ্ভিদ আছে। বাগিচাখনৰ চাৰিওদিশ লোহাৰ দেৱালেৰে আবৃত। এই বিষাক্ত বাগিচাখন কেৱল গাইডেঞ্চ টুৰৰ বাবেহে খোলা। এই বাগিচাখনৰ উদ্ভিদ আদিক চুই চোৱা বা তাৰ গোন্ধ লোৱা নিষেধ।<ref>{{cite web|title=Alnwick Poison Garden|url=https://www.alnwickgarden.com/the-garden/poison-garden/|year=|website=alnwickgarden.com|accessdate=9 june 2020}}</ref>
 
বাগিচাখন বৰ্তমান চাৰিটেবল ট্ৰাষ্টৰ (charitable trust) অন্তৰ্গত, যি নৰ্থম্বাৰলেণ্ড এষ্টেটৰ পৰা পৃথক হ’লেও নৰ্থম্বাৰলেণ্ড ১২ ডিউকে ৪২ একৰ (১৭ হেক্টৰ) অংশ অনুদান দিছে আৰু পুনৰ নবীকৰণৰ ব্যয়ৰ বাবে ৯ মিলিয়ন ডলাৰ অৱদান আগবঢ়াইছে৷আগবঢ়াইছে।
 
== পুনৰ্নিমাণ ==
{{multiple image|align=center|alt3=Lawn of Blue|alt5=Water feature at Alnwick Garden|image5=Water feature, Alnwick Garden - geograph.org.uk - 919251.jpg|caption4=Winter vista at Alnwick Gardens|alt4=Winter vista at Alnwick Gardens|image4=Alnwick Gardens (5477019024).jpg|caption3=Lawn of Blue|image3=Lawn of Blue - geograph.org.uk - 154300.jpg|direction=horizontal|caption2=The treehouse at the Alnwick Garden|alt2=The treehouse at the Alnwick Garden|image2=The Treehouse - geograph.org.uk - 32426.jpg|caption1=Fountain, one of several water features in the gardens|alt1=Fountain, one of several water features in the gardens|image1=Alnwick Garden - geograph.org.uk - 197972.jpg|caption5=Water feature at Alnwick Garden}}
 
== বিষাক্ত বাগিচা ==
নিচা আৰু বিষাক্ত উদ্ভিদৰ বৈশিষ্ট্যযুক্ত বাগিচা এখন ২০০৫ চনৰ ফ্ৰেব্ৰুৱাৰীত যুক্ত কৰা হৈছিল। বিষাক্ত বাগিচাখনত প্ৰজাতিসমূহৰ মাজত আছে- ষ্ট্ৰাইকনচ্‌ নাক্সভোমিকা (ষ্ট্ৰাইচিনৰ উৎস), হেমলক, ৰিকিনাচ কমিনিচ (নিৰীহ কাষ্টৰ অয়েলৰ উৎস কিন্তু মাৰাত্মক ৰিকিন), ফক্সগ্লোভ, এট্ৰোপা বেলাদোনা ( সাধাৰণত ডেডলি নাইটশেড), ব্ৰুগমানচিয়া আৰু লেবাৰ্নাম৷লেবাৰ্নাম।<ref>{{cite web|url=http://blog.roadtrippers.com/blog/everything-in-the-worlds-most-poisonous-garden-wants-to-kill-you|title=Everything in the world's most poisonous garden wants to kill you|publisher=}}</ref> বিষাক্ত বাগিচাৰ মিচনত আছে ঔষধ শিক্ষা৷শিক্ষা।
 
== চিত্ৰবিথিকা ==
{{multiple image
|align=center
|alt1=Fountain, one of several water features in the gardens
|alt2=The treehouse at the Alnwick Garden
|alt3=Lawn of Blue
|alt4=Winter vista at Alnwick Gardens
|alt5=Water feature at Alnwick Garden
|caption1=Fountain, one of several water features in the gardens
|caption2=The treehouse at the Alnwick Garden
|caption3=Lawn of Blue
|caption4=Winter vista at Alnwick Gardens
|caption5=Water feature at Alnwick Garden
|direction=horizontal
|image1=Alnwick Garden - geograph.org.uk - 197972.jpg
|image2=The Treehouse - geograph.org.uk - 32426.jpg
|image3=Lawn of Blue - geograph.org.uk - 154300.jpg
|image4=Alnwick Gardens (5477019024).jpg
|image5=Water feature, Alnwick Garden - geograph.org.uk - 919251.jpg
|total_width=800
}}
 
== তথ্য সংগ্ৰহ ==
{{reflist}}
 
[[শ্ৰেণী:যুক্তৰাজ্য]]
== বাহ্যিক সংযোগ ==
[[শ্ৰেণী:উদ্যান]]