ভাষা-বিজ্ঞান (গ্ৰন্থ): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
 
7 নং শাৰী:
| alt =
| caption = ভাষা-বিজ্ঞানৰ বেটুপাত
| author = [[উপেন্দ্ৰনাথ গোস্বামী|ড°ড॰ উপেন্দ্ৰনাথ গোস্বামী]]
| audio_read_by =
| title_orig =
14 নং শাৰী:
| translator =
| illustrator =
| cover_artist =
| country = [[ভাৰত]]
| language = অসমীয়া
43 নং শাৰী:
| website =
}}
'''ভাষা-বিজ্ঞান''' ({{lang-en|Bhasha Vijnan}}) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক [[উপেন্দ্ৰনাথ গোস্বামী|ড°ড॰ উপেন্দ্ৰনাথ গোস্বামী]]ৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া [[ভাষাবিজ্ঞান]] বিষয়ক গ্ৰন্থ৷গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন৷প্ৰকাশন।<ref name="BVBook">{{cite book | title=ভাষা-বিজ্ঞান | publisher=মণি-মাণিক প্ৰকাশ | author=গোস্বামী, ড°ড॰ উপেন্দ্ৰনাথ | authorlink=উপেন্দ্ৰনাথ গোস্বামী | year=2019 | location=গুৱাহাটী | isbn=978-81-85917-05-1}}</ref>
 
১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷হয়। এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে৷কৰে।<ref name="BVBook" />
'''ভাষা-বিজ্ঞান''' ({{lang-en|Bhasha Vijnan}}) লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক [[উপেন্দ্ৰনাথ গোস্বামী|ড° উপেন্দ্ৰনাথ গোস্বামী]]ৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া [[ভাষাবিজ্ঞান]] বিষয়ক গ্ৰন্থ৷ ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন৷<ref name="BVBook">{{cite book | title=ভাষা-বিজ্ঞান | publisher=মণি-মাণিক প্ৰকাশ | author=গোস্বামী, ড° উপেন্দ্ৰনাথ | authorlink=উপেন্দ্ৰনাথ গোস্বামী | year=2019 | location=গুৱাহাটী | isbn=978-81-85917-05-1}}</ref>
 
দ্বিতীয় সংস্কৰণ (১৯৭০) -ত বহুতো কথা সংযোগ কৰি আগৰখিনিৰো আৱশ্যকীয় পৰিৰ্ৱতন ঘটাই শেষৰ পিনে সচৰাচৰ ব্যৱহাৰ কৰিবলগীয়া ভাষাবৈজ্ঞানিক পৰিভাষাও সংযোগ কৰি দিয়ে৷দিয়ে।<ref name="BVBook" />
১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়৷ এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে৷<ref name="BVBook" />
 
দ্বিতীয় সংস্কৰণ (১৯৭০) -ত বহুতো কথা সংযোগ কৰি আগৰখিনিৰো আৱশ্যকীয় পৰিৰ্ৱতন ঘটাই শেষৰ পিনে সচৰাচৰ ব্যৱহাৰ কৰিবলগীয়া ভাষাবৈজ্ঞানিক পৰিভাষাও সংযোগ কৰি দিয়ে৷<ref name="BVBook" />
 
==গ্ৰন্থখনৰ বিষয়বস্তু==
 
==লেখকৰ চমু পৰিচয়==
{{main|উপেন্দ্ৰনাথ গোস্বামী}}
'''উপেন্দ্ৰনাথ গোস্বামী''' (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi : A Dialect of Assamese.<ref>কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১</ref>
 
উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত।
Line 62 ⟶ 59:
==তথ্য সংগ্ৰহ==
{{reflist}}
 
==বাহ্যিক সংযোগ==
[[শ্ৰেণী:অসমীয়া গ্ৰন্থ]]