সুভদ্ৰা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
10 নং শাৰী:
| god_of =দেৱী যোগমায়াৰ অৱতাৰ
}}
'''সুভদ্ৰা''' ([[IAST]]: Subhadrā) [[বেদব্যাস|ব্যাস]] ৰচিত হিন্দু মহাকাব্য ''[[মহাভাৰত]]''ৰ এটা চৰিত্ৰ। তেওঁক দেৱী যোগমায়াৰ অৱতাৰ হিচাপে পূজা কৰা হয়। মহাভাৰতত তেওঁ [[কৃষ্ণ]]ৰ বৈমাত্ৰেয় ভগ্নী, [[বলৰাম]]ৰ আপোন ভগ্নী, [[অৰ্জুন]]ৰ পত্নী, [[অভিমন্যু]]ৰ ৰ মাক আৰু [[পৰীক্ষিত]]ৰ আইতাক। তেওঁ [[বাসুদেৱ]] আৰু [[দৈৱকী]]ৰ জীয়ৰী।
 
==বিবাহৰ প্ৰস্তুতি==
"https://as.wikipedia.org/wiki/সুভদ্ৰা"ৰ পৰা অনা হৈছে