ব্যাস (জ্যামিতি): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

মাৰ্জ টেগ আতৰ কৰা হ’ল, নিয়মিত অবিতৰ্কিত নিকাকৰণ
No edit summary
 
2 নং শাৰী:
{{Redirect|ব্যাস}}
{{Infobox polygon
| name = ব্যাস
| image = CIRCLE LINES-bn.svg|thumb|right|
| caption = চিত্ৰত [[জ্যা]], [[ব্যাস]], [[ব্যাসাৰ্ধ]], [[স্পৰ্শক]] আৰু [[ছেদক]]]]
| type =
| euler =
| edges =
| schläfli =
| wythoff =
| coxeter =
| symmetry =
| area =
| angle =
| dual =
| properties =
}}
[[জ্যামিতি|জ্যামিতিত]] [[বৃত্ত|বৃত্তৰ]] '''ব্যাস''' ({{lang-en|GeometryDiameter}}) [[বৃত্ত|বৃত্তৰ]] ব্যাস হ’ল এদালএডাল কেন্দ্ৰগামী [[সৰলৰেখা]] যাৰ প্ৰান্তবিন্দু দুটা [[পৰিধি|পৰিধিৰ]] সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম [[জ্যা]]। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো [[গ্ৰীক ভাষা]] ভাষাৰ ''διάμετρος'' (''diametros'') শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত ''δια-'' (''dia-'') ৰ অৰ্থ হ'ল "across, through" আৰু ''μέτρον'' (''metron'')ৰ অৰ্থ হ'ল "a measuremeasure। "<ref>[http://www.etymonline.com/index.php?term=diameter Online Etymology Dictionary]</ref>
 
[[জ্যামিতি|জ্যামিতিত]] ({{lang-en|Geometry}}) [[বৃত্ত|বৃত্তৰ]] ব্যাস হ’ল এদাল কেন্দ্ৰগামী [[সৰলৰেখা]] যাৰ প্ৰান্তবিন্দু দুটা [[পৰিধি|পৰিধিৰ]] সৈতে সংযুক্ত হৈ থাকে। কোনো বৃত্তৰ সকলো ব্যাস সমান আৰু ব্যাসেই বৃত্তৰ বৃহত্তম [[জ্যা]]। ইয়াক ইংৰাজীত diameter বুলি কোৱা হয়। Diameter শব্দটো [[গ্ৰীক]] ভাষাৰ ''διάμετρος'' (''diametros'') শব্দটোৰ পৰা আহিছে, ই "diagonal of a circle" বুজায়, য'ত ''δια-'' (''dia-'') ৰ অৰ্থ হ'ল "across, through" আৰু ''μέτρον'' (''metron'')ৰ অৰ্থ হ'ল "a measure"।<ref>[http://www.etymonline.com/index.php?term=diameter Online Etymology Dictionary]</ref>
 
অধিক ব্যৱহাৰিক ক্ষেত্ৰত এই সৰলৰেখাৰ দৈৰ্ঘ্যক (মাপক) ব্যাস বোলা হয়, কিয়নো যিকোনো এটা [[বৃত্ত]]ৰ সকলো ব্যাসৰ দৈৰ্ঘ্যৰ মাপেই সমান, এই মাপ বৃত্তটোৰ [[ব্যাসাৰ্ধ]]ৰ দুগুণ। ই বৃত্তৰ পৰিধিৰ কোনো এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ হ'ব পৰা দূৰত্বৰ সৰ্বোচ্ছ মান।<ref>{{cite web | url=http://mathworld.wolfram.com/Diameter.html | title=Diameter | publisher=mathworld.wolfram.com | accessdate=November 03, 2012}}</ref> গোলক এটাৰ পৃষ্ঠৰ দুটা বিন্দুৰ মাজৰ সৰ্বোচ্ছ দুৰত্বকো ব্যাস বুলি কোৱা হয়।