মৎস্য অৱতাৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
 
1 নং শাৰী:
[[চিত্ৰ:Matsya_Raja_Ravi_Varma_Press.jpg|thumb|Matsyaশিশুৰূপী withচাৰি the[[বেদ]]ৰ Vedasসৈতে asমৎস্য infantsঅৱতাৰ]]
'''মৎস্য অৱতাৰ''' ({{lang-sa|मत्स्य}}, lit. ''fish''), [[বিষ্ণু]]ৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে [[মনু]]ক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল।
'''মৎস্য অৱতাৰ''' ({{lang-sa|मत्स्य}}) [[বিষ্ণু]]ৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে [[মনু]]ক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। [[মাছ]]-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য [[ প্ৰজাপতি]]ৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক [[ব্ৰহ্মা]]ৰ সৈতে এক গণ্য কৰা হৈছিল। তাৰ পাছত মৎস্যক বিষ্ণুৰ অৱতাৰ ৰূপে গ্ৰহণ কৰা হ'ল।{{sfn|Krishna|2009|p=33}}<ref name="Rao124">Rao pp. 124-125</ref><ref name="britmatsya">{{cite encyclopedia|title=Matsya|encyclopedia=[[Encyclopædia Britannica]]|publisher=Encyclopædia Britannica Inc|url=http://www.britannica.com/EBchecked/topic/369611/Matsya|accessdate=May 20, 2012|year=2012}}</ref> মৎস্য সম্বন্ধিত আখ্যানৰ [[হিন্দু]] গ্ৰন্থসমূহত প্ৰসাৰ, ক্ৰমবিকাশ আৰু ভিন্ন হোৱা দেখা যায়। কাহিনীসমূহত সাংকেতিক অৰ্থ অন্তৰ্নিহিত হৈ আছে- ক্ষুদ্ৰ মৎস্যক মনুৱে আশ্ৰয় প্ৰদান কৰে, সেই মৎস্যই পিছলৈ ডাঙৰ হৈ সৃষ্টিক ৰক্ষা কৰে।{{sfn|Bonnefoy|1993|pp=79-80}}{{sfn|George M. Williams|2008|pp=212-213}} মৎস্য অৱতাৰক কেতিয়াবা শিঙৰ সৈতে দেখুৱা হয়, আৰু কেতিয়াবা মানৱি অংগৰ সৈতে।<ref>Rao p. 127</ref>{{sfn|Bonnefoy|1993|pp=79-80}}
 
[[মাছ]]-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য[[ প্ৰজাপতি]]ৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক [[ব্ৰহ্মা]]ৰ সৈতে এক গণ্য কৰা হৈছিল। তাৰ পাছত মৎস্যক বিষ্ণুৰ অৱতাৰ ৰূপে গ্ৰহণ কৰা হ'ল।{{sfn|Krishna|2009|p=33}}<ref name="Rao124">Rao pp. 124-125</ref><ref name="britmatsya">{{cite encyclopedia|title=Matsya|encyclopedia=[[Encyclopædia Britannica]]|publisher=Encyclopædia Britannica Inc|url=http://www.britannica.com/EBchecked/topic/369611/Matsya|accessdate=May 20, 2012|year=2012}}</ref> মৎস্য সম্বন্ধিত আখ্যানৰ [[হিন্দু]] গ্ৰন্থসমূহত প্ৰসাৰ, ক্ৰমবিকাশ আৰু ভিন্ন হোৱা দেখা যায়। কাহিনীসমূহত সাংকেতিক অৰ্থ অন্তৰ্নিহিত হৈ আছে- ক্ষুদ্ৰ মৎস্যক মনুৱে আশ্ৰয় প্ৰদান কৰে, সেই মৎস্যই পিছলৈ ডাঙৰ হৈ সৃষ্টিক ৰক্ষা কৰে।{{sfn|Bonnefoy|1993|pp=79-80}}{{sfn|George M. Williams|2008|pp=212-213}}
 
মৎস্য অৱতাৰক কেতিয়াবা শিঙৰ সৈতে দেখুৱা হয়, আৰু কেতিয়াবা মানৱি অংগৰ সৈতে।<ref>Rao p. 127</ref>{{sfn|Bonnefoy|1993|pp=79-80}}
 
== ব্যুৎপত্তি ==
মৎস্যৰ সংস্কৃত অৰ্থ মাছ। এই শব্দ [[ঋগবেদঋকবেদ]]তো উল্লিখিত। এই শব্দৰ মচ্ছ শব্দৰ সৈতেও সম্পৰ্ক আছে, যাৰ অৰ্থও মাছ।<ref name="mmwmatsya">Monier Monier-Williams, Sanskrit-English Dictionary and Etymology, Oxford University Press, pages 776-777</ref>
 
 
[[চিত্ৰ:Matsya_Raja_Ravi_Varma_Press.jpg|thumb|Matsya with the Vedas as infants]]
 
== বিষ্ণুৰ অৱতাৰ ==
মৎস্য অৱতাৰক প্ৰায় [[দশাৱতাৰ]]ৰ প্ৰথম অৱতাৰ আখ্যা দিয়া হয়। পিচে কোনো কোনো গ্ৰন্থত তেনে কৰা হোৱা নাই।  শ্ৰীমন্ত শংকৰদেৱেও কীৰ্ত্তন ঘোষাত মৎস্যক চতুৰ্বিংশতি অৱতাৰৰ প্ৰথম আখ্যা দিছে।
[[চিত্ৰ:15th-16th_century_Vaishnavism_Vitthala_temple_Matsya_avatar,_Hampi_Hindu_monuments_Karnataka.jpg|thumb|হাম্পিত[[হাম্পি]]ত মৎস্য অৱতাৰৰ শিল্প]]
 
== আৰাধনা ==
মৎস্য পূজাৰ বাবে মন্দিৰ খুব কম সংখ্যক দেখা যায়। বেত দ্বাৰকাৰ শংখোদৰ মন্দিৰ আৰু নগলপুৰমৰ বেদনাৰায়ণ মন্দিৰ প্ৰমুখ।  কোণেশ্বৰম মৎস্যকেশ্বৰম মন্দিৰ ধ্বংস হ'ল। বেংগালুৰুতো মৎস্য নাৰায়ণ মন্দিৰ আছে।
 
== লগতে চাওক ==
[[দশাৱতাৰ]]
 
== টোকা ==
{{reflist|group=note}}
 
== তথ্য সংগ্ৰহ ==
{{Reflist|colwidth=30em}}
{{বিষ্ণুৰ অৱতাৰ}}
 
==বাহ্যিক সংযোগ==
{{VishnuAvatars}}
 
 
 
 
[[শ্ৰেণী:বিষ্ণুৰ অৱতাৰ]]