এপ'ল': বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

2 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
সম্পাদনা সাৰংশ নাই
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
}}
 
'''এপ'ল'''' ({{lang-en|Apollo}}) {{efn|[[Attic Greek|Attic]]}} হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। [[জ্যুচ]] আৰু লেট'ৰ পুত্ৰ তথা চিকাৰৰ দেৱী [[আৰ্টেমিচ]]ৰ সহোদৰ এপ'ল'ক এক অন্যতম প্ৰধান দেৱতা হিচাপে স্থান দিয়া হয়। তেওঁ গ্ৰীক দেৱতাসকলৰ মাজত সবাতোকৈ দেখনিয়াৰ। গ্ৰীকসকলৰদ্বাৰাগ্ৰীকসকলৰ দ্বাৰা প্ৰভাৱিত এট্ৰুস্কান কিংবদন্তিত এপ'ল'ক ''এপুলু'' নামেৰে জনা যায়.যায়৷<ref>Krauskopf, I. 2006. "The Grave and Beyond." ''The Religion of the Etruscans.'' edited by N. de Grummond and E. Simon. Austin: University of Texas Press. p. vii, p. 73-75.</ref>
 
এপ'ল'ক ডেলফিৰ ৰক্ষক আৰু গ্ৰীক ভৱিষ্যৎবক্তা অৰ্থাৎ অৰেকলসকলৰ দেৱতা হিচাপে গণ্য কৰা হয়। তেওঁ সমুদ্ৰ পথৰ যাত্ৰী আৰু বিদেশী লোকসকলৰ পৃষ্ঠপোষক তথা পলৰীয়া আৰু শৰণাৰ্থীসকলৰো ৰক্ষক।
এপ'ল' পশুপালক আৰু ভেঁ‌ড়াৰখীয়াসকলৰ পৃষ্ঠপোষক। পশু-পক্ষীৰ জাক আৰু শস্যসমূহ ৰোগ, অপকাৰী কীট-পতঙ্গ আৰু চিকাৰী জন্তুৰ হাতৰপৰা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক দায়িত্বসমূহৰ অন্যতম। এপ'ল'ক আইন প্ৰদানকাৰীৰূপেও গণ্য কৰা হয় আৰু নগৰত আইন প্ৰণয়নৰ আগতে তেওঁৰ লগতে তেওঁৰ অৰেকলসকলৰ পৰামৰ্শ লোৱা হয়।
 
এপ'ল' সকলোপ্ৰকাৰৰ সঙ্গীত, গীত, নৃত্য আৰু কাব্যৰ অধিষ্ঠাতা। তেওঁ তাঁ‌ৰযুক্ত বাদ্যসঙ্গীতৰ উদ্ভাৱক আৰু মিউজসকলৰ সংগী। এপ'ল'ক সূৰ্যৰে অন্য ৰূপ বুলি ভবা হয়।হয়৷<ref>For the iconography of the Alexander–Helios type, see H. Hoffmann, 1963. "Helios", in ''Journal of the American Research Center in Egypt'' '''2''', pp. 117–23; cf. Yalouris 1980, no. 42.</ref><ref>Joseph Fontenrose, "Apollo and Sol in the Latin poets of the first century BC", ''Transactions of the American Philological Association'' '''30''' (1939), pp 439–55; "Apollo and the Sun-God in Ovid", ''American Journal of Philology'' '''61''' (1940) pp 429–44; and "Apollo and Sol in the Oaths of Aeneas and Latinus" ''Classical Philology'' '''38'''.2 (April 1943), pp. 137–138.</ref>
 
==আখ্যানসমূহ==
7,501

টা সম্পাদনা