ভেকুৰী তিতা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
8 নং শাৰী:
| synonyms_ref = <ref name=trop>{{ cite web |url=http://www.tropicos.org/Name/29600147 |title=Name - ''ভেকুৰী তিতা'' Sw. synonyms |work=Tropicos |publisher=[[Missouri Botanical Garden]] |location=[[Saint Louis, Missouri]] |access-date=February 19, 2010}}</ref>
}}
'''ভেকুৰী তিতা'''{{En|Solanum torvum, the turkey berry, devil's fig, pea eggplant, platebrush আৰু susumber,<ref name=GRIN>{{GRIN | access-date = 23 November 2020}}</ref>}}বহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। ভেকুৰী তিতা এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।
==বৰ্ণনা==
ভেকুৰী তিতাৰ গছ সাধাৰণতে ২ ৰে পৰা ৩ মিটাৰ পৰ্যন্ত ওখ হয়। গা-গছৰ তলৰ অংশটো গোলাকাৰে প্ৰায় ২ চেণ্টিমিটাৰ ব্যাসৰ। অৱশ্যে এই গছ ৫ মিটাৰ পৰ্যন্ত ওখ আৰু গা-গছৰ গুৰি অংশৰ ব্যাস ৮ চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গুল্ম জাতীয় উদ্ভিদ জোপাৰ গুৰি অংশত এডাল মাত্ৰ কাণ্ডৰে আগ বাঢ়ি সামান্য ওপৰলৈ শাখা-প্ৰশাখাৰে জোপোহা হৈ পৰে। কাণ্ডৰ কাঠৰ বৰণ ধোঁৱা বৰণীয়া আৰু চাল অংশ প্ৰায় মসৃণ। এই গছৰ শিপাৰ বৰণ বগা আৰু ইয়াৰ গঠন দৃঢ় নহয়।