অসমৰ বনৌষধি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎অৰ্জুন গছ: Fixed the bogus file option lint error
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা উচ্চতৰ ম'বাইল সম্পাদনা
171 নং শাৰী:
[[চিত্ৰ:ভেকুৰী তিতা.jpg|thumb|right|200px|ভেকুৰী তিতা]]
 
'''[[ভেকুৰী তিতা]]''' (Solanum torvum)
 
বহল পাতেৰে গুল্ম জাতীয় উদ্ভিদ।
177 নং শাৰী:
'''ঔষধি গুণঃ'''
 
(১)ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়। (২) পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে। (৩)টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়। (৪) দুষ্টবৰ্ণ (septic ulcer) , কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য। (৫) বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে।
 
==পনৌনৱা==