ভৱপ্ৰসাদ চলিহা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমৰ শিক্ষাবিদ, লেখক
Content deleted Content added
নতুন পৃষ্ঠা: '''ভৱপ্ৰসাদ চলিহা''' ({{Lang-en|Bhabaprasad Chaliha}}; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড...
(কোনো পাৰ্থক্য নাই)

10:12, 4 January 2021ৰ সংস্কৰণ

ভৱপ্ৰসাদ চলিহা (ইংৰাজী: Bhabaprasad Chaliha; জন্ম ২০ আগষ্ট ১৯৩৪)ৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত জন্ম হয়। তেওঁ এগৰাকী শিক্ষাবিদ, সাহিত্যিক-অধ্যাপক। তেওঁ বৰ্তমানলৈ অসমীয়া, ইংৰাজী আৰু সংস্কৃত ভাষাত ৪০খনৰো অধিক গ্রন্থ ৰচনা, সম্পাদনা আৰু অনুবাদ কৰিছে।

ব্যক্তিগত জীৱন

প্রকাশিত গ্রন্থ

  1. শংকৰী সংস্কৃতিৰ অধ্যয়ন,
  2. শংকৰী সাহিত্যৰ সমীক্ষা,
  3. মাধৱদেৱৰ সাহিত্য,
  4. মাধৱদেৱ অধ্যয়নৰ ভূমিকা,
  5. মহাপুৰুষীয়া ধর্ম,
  6. ৰুক্মিণী হৰণ নাট ইত্যাদি

লাভ কৰা বঁটা

তথ্যসূত্ৰ